• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰসংঘত ভাষণ আগবঢ়াব যোৰহাটৰ পৰিৱেশ কৰ্মী সুমন্ত কৌশিক শৰ্মাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহটী , February 8, 2018 12:00 pm

2 min read

environmentalist
84
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘত পুনৰনৱীকৰণ শক্তিৰ ৱ্যৱহাৰ সন্দৰ্ভত অনুষ্ঠিতব্য কৰ্মশালাত ভাষণ আগবঢ়াবলৈ আমন্ত্ৰিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যোৰহাটৰ পৰিৱেশ কৰ্মী সুমন্ত কৌশিক শৰ্মাই।

সম্প্ৰতি উত্তৰাখণ্ড চৰকাৰৰ অধীনত ৰাজহুৱা ব্যক্তিগত সহযোগিতামূলক বিশেষজ্ঞ ৰূপে কৰ্মৰত শৰ্মাই ৰাষ্ট্ৰসংঘত ‘প্ৰম’টিং কমিউনিটি ছাছটেইনিবিলিটি থ্ৰ’ ক্লীন এনাৰ্জী ইন ৰুৰেল নৰ্থ ইষ্ট ইণ্ডিয়াঃ ইন’ভেটিভ ফাইনাঞ্চিং’ বিষয় সন্দৰ্ভত নিজৰ ভাষণ আগবঢ়াব।

উল্লেখ্য যে টেম্পলৰ আৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত ফেব্ৰুৱৰীৰ ১২ৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া এই তিনিদিনীয়া কৰ্মশালাখনৰ আয়োজন কৰিছে স্কুল ফৰ ফিউচাৰ অৱ ইনোভেচন ইন ছ’চাইটিয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আন্তঃৰাষ্টীয় পৰ্যায়ৰ কৰ্মশালাখনত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা  শৰ্মাই হৈছে একমাত্ৰ ভাৰতীয়।

শক্তি সংৰক্ষণৰ বাবে কিদৰে  নতুন পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় সেই সন্দৰ্ভত কৰ্মশালাখনত উপস্থিত থকা বিশ্বৰ ভিন্ন প্ৰান্তৰ বক্তাসকলে নিজৰ নিজৰ মত ব্যক্ত কৰিব।

আনহতে গোলকীয় দৰিদ্ৰতা নিৰ্মূল আৰু সমগ্ৰ মানৱজাতিক পুনৰনৱীকৰণ শক্তি যোগানৰ ৰাষ্টসংঘৰ যি উন্নয়নমূলক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সেই সন্দৰ্ভতো কৰ্মশালাখনত আলোচনা কৰা হ’ব।

উল্লেখ্য যে অংশগ্ৰহণকাৰী সকলে পূৰ্বে দাখিল কৰা তথ্যৰ ওপৰত ভিত্তি কৰি গোলকীয় স্তৰত সম্পূৰ্ণ যোগ্যতা অৰ্জনকাৰীসকলক কৰ্মশালাখনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

যোৰহাটৰ ফুকন আলিৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ সুমন্ত কৌশিক শৰ্মাৰ যাত্ৰা আদৰণীয়।

 

Recent News

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

Priyanka-Gandhi-750x375

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্য মন্দিৰলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd