• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু পুমচাই প্ৰতিযোগিতাত পদক অৰ্জন ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ দলৰ

NE NOW NEWS সাগৰ ছেত্ৰী
গেংটক , April 2, 2018 10:29 pm

1 min read

ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু পুমচাই প্ৰতিযোগিতাত পদক অৰ্জন ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ দলৰ
74
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ পুনেত টাইকোৱানডো ফেডাৰেশ্যন অব ইণ্ডিয়াৰ দ্বাৰা অনুষ্ঠিত ৩৪ সংখ্যক ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু ৮তম ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় পুমচাই টাইকোৱানডো প্ৰতিযোগিতাত ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ এটা দলে ৰাজ্যখনৰ বাবে ৭টা পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছিকিমৰ দলটোৱে লাভ কৰা ৭টা পদকৰ ভিতৰত আছে ৫টা সোণ আৰু ২টা ব্ৰঞ্জ। পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ কেইগৰাকী হৈছে ক্ৰিতিকা প্ৰধান, চিত্তিজ প্ৰধান, অনুষ্কা ছুব্বা, য়াংজেই টামাংআৰু গোকাৰ্না ছেত্ৰী।

২৬ জনীয়া ৰাজ্যিক দলটোৰ ক্যোৰুগিৰ প্ৰশিক্ষক আছিল সুমন টামাং আৰু ফুৰ্বা ছেৰ্পা তথা পুমচাই দলটোৰ প্ৰশিক্ষক আছিল প্ৰদিপ মুখিয়া আৰু প্ৰিতম ঠাপা।

আজি আবেলি গেংটকৰ হুৱাইট হ’লত অনুষ্ঠিত এক সভাত ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনে ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনা উক্ত খেলুৱৈ কেইগৰাকীৰ লগতে প্ৰশিক্ষক কেইগৰাকীক সম্বৰ্ধনা জনায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd