• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতালৈ ছিকিম এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ ন জনীয়া দল

NE NOW NEWS সাগৰ ছেত্ৰি
গেংটক , March 25, 2018 6:23 pm

1 min read

wushu sikkim
90
VIEWS
Share on FacebookShare on Twitter

জম্মুত ২৭ৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব লগা ১৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতা ২০১৮ত ভাগ ল’বলৈ দেওবাৰে ছিকিম এৰিলে ৰাজ্যখনৰ এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ নজনীয়া দলে।

ৰাজ্যিক দলটোৰ সদস্যসকল হ’ল চেমিনা ৰায় (৩২ কে’জি), অংমিত লেপচা (৪৫ কে’জি), অজয় গুৰুং (২৪ কে’জি), আৰন লিম্বু (২৮ কে’জি), আয়ুশ ছেত্ৰি (৩৬ কে’জি), বিকাশ ছেত্ৰি (৩৯ কে’জি), ৰিগাল গুৰুং (৪২ কে’জি), নিশাল ছেত্ৰি (৫২ কে’জি) আৰু হেং চুব্বা (৩২ কে’জি)।

প্ৰশিক্ষক হিচাপে আৰন গুৰুং আৰু বেনিতা ৰায় আৰু ৰাষ্ট্ৰীয় ৰেফাৰি হিচাপে দিপেন শংকৰে দলটোৰ লগত গৈছে।

দলটোৰ সদস্যসকলে কঠোৰ প্ৰশিক্ষণ শিবিৰ পাৰ কৰিছে বুলি উল্লেখ কৰি প্ৰশিক্ষক গুৰুঙে কয় যে প্ৰতিযোগিতাখনত সৰ্বোচ্চ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে সকলো প্ৰস্তুত। তেওঁ লগতে কয় যে ৰাজ্যৰ তৰুণ সমৰকলাবিদসকলৰ বাবে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন এক বৃ্হৎ সুযোগ।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd