• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰিৰ স্বীকৃতি ছিকিমৰ দুগৰাকী মহিলা ফুটবল ৰেফাৰিলৈ

NE NOW NEWS সাগৰ চেত্ৰী
গেংটক , April 9, 2018 10:11 pm

1 min read

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰিৰ স্বীকৃতি ছিকিমৰ দুগৰাকী মহিলা ফুটবল ৰেফাৰিলৈ
59
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু এছিয়ান ফুটবল ক’নফেডাৰেশ্যনে ছিকিমৰ দুগৰাকী মহিলা ৰেফাৰিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ  পূৰ্ণ মৰ্য্যাদাৰ ৰেফাৰিৰ স্বীকৃতি প্ৰদান কৰিছে।

ৰেশ্মী চেত্ৰী আৰু ফুৰ্কিত লামু ভূটীয়া নামৰ মহিলা ৰেফাৰি দুগৰাকীয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰিৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকলৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে।

ইয়াৰে, পূব ছিকিম জিলাৰ পাংথাঙৰ বাসীন্দা ৰেশ্মী চেত্ৰী এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ বিপৰীতে একেখন জিলাৰে ভুছুকৰ বাসীন্দা ফুৰ্কিত লামু ভূটীয়াই বৰ্তমান গুজৰাটৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিযুক্ত হৈ আছে।

উল্লেখযোগ্য যে দুয়োগৰাকী ৰেফাৰিয়ে নতুন দিল্লীত ২০১৪ চনৰ ১৭-২১ নবেম্বৰলৈ অনুষ্ঠিত ‘ফিফা মেম্বাৰ এছ’চিয়েশ্যন’ পাঠ্যক্ৰমত অংশ গ্ৰহণ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ২০১৫ চনৰ ১০-১৬ ছেপ্তেম্বৰলৈকে নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় লানি ফিফা মেম্বাৰ এছ’চিয়েশ্যন পাঠ্যক্ৰমত অংশ ল’বলৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ উপৰি গুজৰাটৰ গান্ধী নগৰত ২০১৪ চনৰ ২৩-২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত ‘প্ৰজেক্ট ফিউচাৰ ইণ্ডিয়া’ত ভাগ লৈছিল।

ৰেফাৰি দুগৰাকীৰ এই সাফল্যত ছিকিম ফুটবল সংস্থাৰ সভাপতি মেনলা এঠেনপাই তেওঁলোকক অভিনন্দন জনাইছে।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd