• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন মণিপুৰৰ বক্সাৰ সৰজুৱালা দেৱীৰ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , January 14, 2018 11:06 am

1 min read

ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন মণিপুৰৰ বক্সাৰ সৰজুৱালা দেৱীৰ

মণিপুৰৰ মহিলা বক্সাৰ সৰজুৱালা দেৱী

105
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা বক্সাৰ সৰজুৱালা দেৱীয়ে আকৌ এবাৰ মণিপুৰৰ নাম উজলালে। এইবাৰ তেওঁ ৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ ট্ৰফীও লাভ কৰে।

মণিপুৰৰ সৰজুৱালাই ৪৮ কেজি শাখাত প্ৰতিদ্বন্দ্বী হাৰিয়ানাৰ ৰিতুক ৩-২ ছেটত পৰাজিত কৰি স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হয়। সৰজুৰ এইটো হৈছে দ্বিতীয়টো ৰাষ্ট্ৰীয় খিতাপ।

অল ইণ্ডিয়া পুলিচক প্ৰতিনিধিত্ব কৰি প্ৰাক্তন বিশ্ব তথা এছীয় চেম্পিয়ন সৰিতা দেৱীয়েও ৬০ কেজি শাখাত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ এই খিতাপৰ প্ৰতিযোগিতাত আৰএছপিবিৰ পৱিত্ৰাক পৰাজিত কৰে।

শনিবাৰৰ ৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপত সামগ্ৰিক চেম্পিয়ন হিচাপে ৰে’লৱে ক্ৰীড়া বিকাশ পৰিষদে খিতাপ অৰ্জন কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd