• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিক সন্তানৰ বাবে মিজোৰামৰ গীৰ্জাৰ উদগণি

ছাংজুৱালা হামৰ by ছাংজুৱালা হামৰ
January 4, 2018 6:23 pm
মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জা

মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জা ঘৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ এটা স্থানীয় গীৰ্জাঘৰে মিজো দম্পতীৰ নতুনকৈ জন্মলাভ কৰা চতুৰ্থটো সন্তানৰ পৰা নগদ ধনৰ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চতুৰ্থটো সন্তানৰ পৰা আৰম্ভ কৰি আগলৈ নগদ ধনৰ উপহাৰৰ পৰিমাণ বৃদ্ধি পাব। এইদৰে চতুৰ্থটো সন্তানৰ বাবে ৪,০০০ টকা, পঞ্চমটোৰ বাবে ৫,০০০ টকা আৰু আগলৈ বাঢ়ি যাব।

জন্মৰ হাৰ বৃদ্ধিক উৎসাহিত কৰিবলৈ মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাৰ লুংলেই বাজাৰ ভেঙ শাখাই তেওঁলোকৰ স্থানীয় গীৰ্জাৰ আওতাৰ অঞ্চলৰ  ভিতৰত নতুনকৈ জন্ম লাভ কৰা সন্তানক আশীৰ্বাদ দিবলৈ নগদ ধনৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে।

Apply Now

ৰাজ্যখনৰ মুখ্য মিজো জনজাতি সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰ হ্ৰাস পোৱাটো কেৱল মিজো সংগঠনবিলাকৰ বাবেই নহয়, লগতে গীৰ্জাসমূহৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে। মিজোৰামৰ দুটা বৃহৎ গীৰ্জা প্ৰেছবাইটেৰিয়ান গীৰ্জা আৰু মিজোৰাম ব্যাপ্তিষ্ট গীৰ্জাই ইয়াৰ সদস্যসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বাৰাম্বাৰ আহ্বান জনাই আহিছে। এতিয়া এঢাপ আগবাঢ়ি স্থানীয় গীৰ্জাই প্ৰতিটো পৰিয়ালত জন্মগ্ৰহণ কৰা চতুৰ্থটো সন্তানৰ বাবে নগদ ধনৰ উপহাৰ ঘোষণা কৰিছে।

‘’ যোৱা বছৰ বাজাৰ ভেঙ ব্যাপ্তিষ্ট গীৰ্জাই সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই মাহৰ পৰাই নতুন সন্তানৰ বাবে নগদ ধনৰ উপহাৰ আগবঢ়োৱা হ’ব,’’- বাজাৰ ভেঙ ব্যাপ্তিষ্ট গীৰ্জাৰ সচিব চি বিয়াকচুঙনুনগাই এনেদৰে কয়।

‘’ইয়াৰ উচ্চ সীমা বুলি কোনো কথা নাই, অধিক সন্তান জন্ম দিব অধিক নগদ ধন লাভ কৰিব,’’-সচিব গৰাকীয়ে কয়।

মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাই আন এক প্ৰয়াস অনুযায়ী নতুনকৈ বিবাহিত দম্পতীক ৫,০০০ টকাৰ নগদ ধনেৰে সম্বৰ্দ্ধনা জনাইছে।

সমাজৰ বিভিন্ন স্তৰত গীৰ্জাৰ এই সিদ্ধান্তই মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই যদি গীৰ্জাৰ এই সিদ্ধান্তক আদৰণি জনাইছে, আন কিছুমানে ইয়াক গীৰ্জাৰ ফালৰ পৰা এটা অতি দায়িত্বহীন পদক্ষেপ বুলি ব্যক্ত কৰিছে।

‘’এয়া এক অত্যন্ত ভাল পদক্ষেপ। মিজো জনসংখ্যা হ্ৰাস পাই আহিছে, মিজো দম্পতীয়ে নিশ্চিতভাৱে অধিক সন্তান জন্ম দিয়াৰ প্ৰয়োজন,’’- এগৰাকী সামাজিক কৰ্মী ইউনাইচ চাওনংথুই এনেদৰে কয়।

ৰাজ্যখনৰ চৰকাৰী পৰিসংখ্যা অনুসৰি মিজোৰামত জন্মৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসংখ্যাতকৈ উচ্চ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত তৃতীয় সৰ্বাধিক। কিন্তু মিজো জনজাতি বসতি প্ৰধান নগৰাঞ্চলত জন্মৰ হাৰ চাকমা আৰু ব্ৰু জনগোষ্ঠীয় সংখ্যালঘু বসতি প্ৰধান গ্ৰামাঞ্চলৰ তুলনাত কম।

মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জুৰামথাংগাই তেওঁৰ দহ বছৰীয়া শাসনকালত অন্য ৰাজ্যত দুটা সন্তানৰ বাবে থকা প্ৰসূতিৰ সা-সুবিধাসমূহ মিজোৰামৰ বাবে চাৰিটা সন্তানৰ বাবেও আগবঢ়াইছিল। তেওঁ প্ৰায়েই ৰাজ্যখনৰ ক্ষুদ্ৰ জনসংখ্যা সম্পৰ্কে চিন্তা ব্যক্ত কৰিছিল।

 

ছাংজুৱালা হামৰ

ছাংজুৱালা হামৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd