• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ নিযুক্তিৰ বিৰুদ্ধে বি টি এ ডিৰ ঠিকাভিত্তিক মাধ্যমিক শিক্ষকৰ প্ৰতিবাদ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 14, 2018 8:51 pm
All BTAD secondary education Teachers association press meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিৰ বিভাগীয় আৰু প্ৰশাসনিক অনিয়ম আৰু বে-আইনী কাম-কাজৰ পৰা ৰক্ষা পোৱাৰ বাবে ‘মাধ্যমিক শিক্ষা সবলীকৰণ আঁচনি’ৰ অন্তৰ্গত প্ৰায় ৬৫০ গৰাকী অতিৰিক্ত সহকাৰী (ঠিকাভিত্তিক) শিক্ষকসকলে সদৌ বি টি এ ডি অতিৰিক্ত সহকাৰী শিক্ষক সন্থা নামেৰে এটা সন্থা গঠন কৰিবলৈ বাধ্য হৈ পৰিছে। তেওঁলোকে বি টি এ ডি আৰু অসম চৰকাৰৰ শিক্ষা বিভাগক তেওঁলোকৰ পদসমূহ ঠিকাভিত্তিক পদৰ পৰা স্থায়ী পদলৈ পৰিবৰ্তন কৰাৰ বাবে দাবী জনাইছে। উল্লেখ্য যে তেওঁলোকে ২০১১ চনৰ পৰাই শিক্ষা দান কৰি আহিছে।

সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত সাংবাদিকৰ আগত শিক্ষক সন্থাটোৰ সভাপতি কালীচৰণ বসুমতাৰী আৰু সম্পাদক ফৗজৗনদাও বসুমতাৰীয়ে কৈছে যে তেওঁলোকে সমগ্ৰ বি টি এ ডিত ২০১১ চনৰ পৰাই  ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত শিক্ষা প্ৰদান কৰি আহিছে।

Apply Now

তেওঁলোকক সংশ্লিষ্ট বৰ্ডৰ কৰ্তৃপক্ষৰ  এখন উচ্চ পৰ্যায়ৰ সাক্ষাৎকাৰ ব্যৱস্থাৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল আৰু সন্মানীয় উচ্চ ন্যায়ালয়ে পদসমূহ নিয়মীয়া কৰাৰ বাবে বিশেষ শিক্ষক যোগ্যতা পৰীক্ষা (টেট) অনুষ্ঠিত কৰাৰ বাবে ২৬/৯/২০১৪ তাৰিখে ৩৬০ নং নিৰ্দেশ জাৰী কৰা হৈছিল।

খালি পদৰ বিপৰীতে তেওঁলোকৰ পদসমূহ পূৰণ কৰি তেওংলোকৰ পদসমূহ নিয়মীয়া কৰাৰ বাবে বাবে ০৩/০৩/২০১৬ তাৰিখে কাৰ্যালয় স্মাৰকপত্ৰ নং পি এম এ (এছ) ৩২/২০১০/২৪২ ৰ দ্বাৰা কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কাৰ্যালয় স্মাৰকপত্ৰ বলৱৎ নকৰি মাধ্যমিক শিক্ষাৰ সঞ্চালকে বি টি এ ডিত অনুষ্ঠিত কৰাৰ সলনি অসমৰ তেমপুৰা, যোৰহাট, ডিব্ৰুগড়, হুনগাৰী, শ্বিনটো, বহাইগাঁও আদি স্থানত বিশেষ বি টি চি টেট অনুষ্ঠিত কৰে।

তাৰোপৰি, কোকৰাঝাৰ মাধ্যমিক শিক্ষা, বি টি এ ডিয়ে ২০১৭ৰ ৫ জুলাইত স্নাতক শিক্ষকৰ খালি পদ পূৰণৰ বাবে এটা বিজ্ঞাপন প্ৰচাৰ কৰিছিল। যিহেতু কাৰ্যালয় স্মাৰকপত্ৰ নং পি এম এ (এছ) ৩২/২০১০/২৪২ এই পৰ্যন্ত বলৱৎ হোৱা নাই, শিক্ষক সংস্থাৰ সভাপতি আৰু সম্পাদকে এই অবৈধ নিযুক্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ে বিষয়টো চালিজাৰি চাই সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে এক অন্তৰ্ৱৰ্তী নিৰ্দেশ জাৰী কৰে।

কিন্তু বি টি চিৰ মাধ্যমিক শিক্ষা সঞ্চালকে প্ৰাৰ্থীসকলক নিয়োগপত্ৰ প্ৰদান কৰে। কিন্তু সাজ্ঞাৎকাৰ অনুষ্ঠিত নকৰাকৈ আৰু সঠিক প্ৰামাণিক দলিল অবিহনে কেনেদৰে নিয়োগপত্ৰ বিতৰণ হ’ব পাৰে সেয়া এটা ডাঙৰ প্ৰশ্ন বুলি তেওঁলোকে শিক্ষা বিভাগলৈ প্ৰশ্ন কৰে।

তেওঁলোকে কয় যে এই অবৈধ নিযুক্তি বন্ধ নোহোৱা পৰ্যন্ত তেওঁলোকে পাঠদান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd