• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহক ‘প্ৰেতাত্মা’ আঁতৰাই অসম চুক্তিক সুৰক্ষিত কৰাৰ আহ্বান অতুল বৰাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 6, 2018 5:59 pm
আমবাৰীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ সংবাদমেল

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ গাদীত থকা ভাৰতীয় জনতা পাৰ্টিয়ে এফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমৰ্থন কৰে, আনফালে আৰু সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-খনো আনিব বিচাৰে। কেৱল এই বিধেয়কেই নহয় বিজেপিয়ে ইতিমধ্যেই প্ৰৱৰ্তন কৰিছে বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা, যিকেইটা অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধী।

বিজেপিৰ এই দুমুখীয়া নীতিৰ বিপৰীতে আজি মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি আন তিনিটা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায়।

Apply Now

তেওঁ কয়, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এন আৰ চিক অসম চুক্তিৰ ‘আত্মা’ হিচাপে অভিহিত কৰিছে। তেওঁক আমি ধন্যবাদ জনাই কওঁ যে এই ‘আত্মা’ক সুৰক্ষিত কৰাৰ বাবে আপোনালোকে আগভাগ লওক। অসম চুক্তিৰ ‘আত্মা’ক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬, বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা শীঘ্ৰেই বাতিল কৰোৱাৰ উদ্যোগ গ্ৰহণ কৰক। এই আটাইকেইটা ‘অসম চুক্তি’ৰ বাবে সদায় ‘প্ৰেতাত্মা’ হৈ থাকিব। ইয়াৰ ফলত এন আৰ চিখন হৈ পৰিব মূল্যহীন আৰু অৰ্থহীন।”

এই চাৰিটা ব্যৱস্থাৰ এটা ৱ্যৱস্থাও যদি বাহাল থাকে তেতিয়া হ’লে অসম অবৈধ বিদেশীৰ ‘চৰণীয়া পথাৰ’ হৈয়ে থাকিব বুলিও বৰাই মন্তব্য কৰে।

বৰাই লগতে কয় যে বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসমৰেই সমস্যা হৈ থকা নাই। দেশৰ অন্যান্য বহু ৰাজ্যত এই সমস্যাই ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰিছে বুলি সংবাদমেলত অগপৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।

এই সংবাদমেলতেই অতুল বৰাই সমগ্ৰ ৰাষ্ট্ৰৰ ভিত্তিত সম্পূৰ্ণ শুদ্ধ বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰাৰো দাবী জনায়।

“অবৈধ বিদেশী প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষৰ জনগাঁথনিৰ লগতে সমগ্ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাটোৰ প্ৰতি হৈ পৰিছে প্ৰচণ্ড ভাবুকি। এন আৰ চি প্ৰস্তুতকৰণৰ জৰিযতে ভাৰতবৰ্ষ প্ৰকৃত ভাৰতীয় নাগৰিকৰ বাবে হওক আৰু অবৈধ বিদেশীমুক্ত হওক।”, বৰাই কয়।

ইয়াৰ উপৰি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে কেইবাজনো ৰাজনীতিকে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে অগপৰ সভাপতি অতুল বৰাই। মমতা বেনাৰ্জীক এনে মন্তব্যৰ দ্বাৰা ৰাজনৈতিক আৰু ভোটবেংকত অসমীয়া মানুহৰ লগত অসমত দীৰ্ঘদিন ধৰি থকা বাংলাভাষী মানুহৰ সম্পৰ্কৰ এনাজৰীডাল ছিঙি দিয়াৰ চেষ্টা নকৰিবলৈ বৰাই সকীয়াই দিয়ে।

সংবাদমেলত অতুল বৰাই যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ লগে লগে অসমৰ খিলঞ্জীয়া জনসাধাৰণ যথেষ্ট আশ্বস্ত হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয় “চূড়ান্ত এন আৰ চিখন হ’ব লাগিব এশ শতাংই বিদেশীমুক্ত।”

লগতে তেওঁ অসমৰ ভূখণ্ডত বসবাস কৰা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাৰো দাবী জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd