• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চিনেমা হল স্থাপনৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি চলচ্চিত্ৰ নিৰ্মাতাৰ

নবাৰুণ গুহ by নবাৰুণ গুহ
March 9, 2018 6:57 am
A-still-from-Dooronir-Nirola-Poja-570x320

দূৰণিৰ নিৰলা পজা চলচ্চিত্ৰখনৰ এটি স্থিৰ চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চলচ্চিত্ৰ সমাজে অসম চৰকাৰৰ ৰাজ্যখনত চিনেমা হল নিৰ্মাণ কৰিব খোজা সকলক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে।

বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাজ্যখনত চিনেমা হল নিৰ্মাণ কৰিব খোজা লোকসকলক ৫০ লাখ টকা আগবঢ়োৱাৰ লগতে পুৰণি চিনেমা হলবোৰ পুনৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকা আগবঢ়াব।

Apply Now

নৰ্থইষ্ট নাও ৰ আগত নিজৰ মত ব্যক্ত কৰি খ্যাতনাম চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক উৎপল বৰপুজাৰীয়ে কয়, ‘’ অসম চৰকাৰে এইটো এটা অতি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বেয়া অৱস্থাটোৰ এটা প্ৰধান কাৰণ হৈছে চিত্ৰগৃহৰ অভাৱ। গাঁৱ আৰু সৰু চহৰ অঞ্চলত বহুতো লোক আছে যিসকলে চিত্ৰগৃহত অসমীয়া ছবি চাব বিচাৰে।‘’

বৰপুজাৰীয়ে লগতে কয়, ‘’ আমি যদি গুৱাহাটীৰ আশে পাশে থকা জাগীৰোড, মিৰ্জা, পলাশবাৰী, পানীখাইতী, চন্দ্ৰপুৰ, ক্ষেত্ৰী, পামহি আদি অঞ্চলবোৰ সামৰি লওঁ তেতিয়াহ’লেও আমি অসমীয়া ছবিৰ বাবে হেঁপাহ থকা একাংশ দৰ্শক পাম। আমি মাত্ৰ তেওঁলোকক ধৰি ৰখাৰ প্ৰয়োজন। বৰ্তমান সময়ত ‘কেলেণ্ডাৰ’, ‘দূৰণিৰ নিৰলা পঁজা’ আৰু ‘অন্তৰীণ’ৰ দৰে ভাল ছবি নিৰ্মিত হৈছে আৰু আমি মাত্ৰ এইটো নিশ্চিত কৰিব লাগে যে সেয়া দৰ্শকৰ ওচৰলৈ গৈছে।‘’

‘’লোকেল কুংফু’’ নামৰ বক্স অ’ফিচত সফল ছবিখনৰ নিৰ্মাতা তথা অভিনেতা কেনী বসুমতাৰীয়েও একেধৰণৰ মন্তৱ্য প্ৰকাশ কৰি কয়, ‘’অসমীয়া চলচ্চিত্ৰৰ বাবে সম্ভৱত: উত্তম সিদ্ধান্ত। অসমত প্ৰায় ৫০ টা চিনেমা হ’ল আছে য’ত অসমীয়া ছবি প্ৰদৰ্শিত হয়। ইয়াৰ বিপৰীতে কেৰালাৰ দৰে ৰাজ্যত কমেও ৫০০ টা চিনেমা হল আছে য’ত মালয়ালম ছবি প্ৰদৰ্শিত হয়। চিত্ৰগৃহ যেতিয়া বৃদ্ধি পাব ছবিসমূহে অধিক ব্যৱসায় কৰিবলৈ সক্ষম হ’ব আৰু এইদৰে ছবি উদ্যোগটো গঢ়ি উঠিব।‘’

 

নবাৰুণ গুহ

নবাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd