• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ তিনি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে অংশ ল’ব গান্ধীবাদী নেতা আন্না হাজাৰেৰ সত্যাগ্ৰহ আন্দোলনত

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
March 4, 2018 9:07 pm
small-tea-growers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সমাজসেৱী তথা গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত নতুন দিল্লীত হ’বলগীয়া সত্যাগ্ৰহ আন্দোলনত অসমৰ তিনি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে অহা ২৩ মাৰ্চৰ দিনা অংশগ্ৰহণ কৰি তেওঁলোকৰ দাবী সমূহ উত্থাপন কৰিব। দেশত লোকপাল বিধেয়ক আন্দোলনৰ গুৰিধৰোতা বৰ্ষীয়ান গান্ধীবাদী নেতাজনে দেশৰ প্ৰকৃত মালিক অৰ্থাৎ সাধাৰণ জনতা আৰু কৃষকৰ অধিকাৰৰ বাবে টীম আন্নাক লগত লৈ পুনৰ আন্দোলনত বহাৰ কথা ইতিমধ্যেই ঘোষণা কৰি থৈছে।

টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা অসমৰ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই ৰবিবাৰে বৰবৰুৱাত ক্ষুদ্ৰ চাহ খেতিয়কৰ এখন সন্মীলন সম্বোধন কৰে। এই সন্মীলনত খেতিয়কসকলৰ বিভিন্ন দাবী তথা সমস্যা সমূহ উত্থাপন কৰে।

Apply Now

উল্লেখ্য যে আন্না হাজাৰেৰ সত্যাগ্ৰহ আন্দোলনত তিনি হাজাৰ খেতিয়কে অংশগ্ৰহণ কৰিব বুলি সন্মীলনৰ সময়তে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জানিবলৈ দিয়ে।

‘মই আন্না হাজাৰেৰ লগত ক্ষুদ্ৰ খেতিয়ক সকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিছো। তেওঁ এই সমস্যাটো সত্যাগ্ৰহ আন্দোলনৰ সময়ত উত্থাপন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। অসমত প্ৰায় ১.৮ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে কিন্তু তেওঁলোক অধিকাংশৰে ভূমি পট্টা নাই। সত্যাগ্ৰহ আন্দোলনৰ সময়ত এই খেতিয়ক সকলে তেওঁলোকৰ নিজৰ দাবী সমূহ উত্থাপন কৰিব পাৰিব’, দিব্যজ্যোতি শইকীয়াই এনেদৰে কয়।

উল্লেখযোগ্য যে ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বছৰি গড়ে ৮২০ মিলিয়ন কেচা চাহ যোগান ধৰে। ৰাজ্য চৰকাৰে প্ৰতি কিলোগ্ৰাম কেচা চাহত ১৭ টকা ধাৰ্য কৰি দিছে কিন্তু চাহ উৎপাদনকাৰী সংস্থা সমূহে এওঁলোকৰ পৰা প্ৰতি কিলোগ্ৰমাত মাত্ৰ ৭ৰ পৰা ১২ টকা দৰতহে ক্ৰয় কৰে। ইফালে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহ পাতৰ বাবে এখন সঠিক মূল্য নীতি গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আহিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd