• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিফল হোৱাৰ পথত আক্ৰাছুৰ একত্ৰীকৰণ? বঙাইগাওঁ জিলা আৰু কেইবাখনো আঞ্চলিকৰ বিষয়ববীয়াৰ সমূহীয়া পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 1:28 pm
Akrasu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুভাকাংক্ষী, বুদ্ধিজীৱী, তথা জনগোষ্ঠীটোৰ ৰাইজৰ বহু চেষ্টাৰ অন্তত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ দুই বিভাজিত গোটৰ একত্ৰীকৰণ অলপতে সম্ভৱ হৈছিল যদিও, সংগঠনটো পুনৰ বিভাজনৰ দিশলৈ গতি কৰাৰ উপক্ৰম ঘটিছে।

জানিব পৰামতে, ছাত্ৰ সংগঠনটোত মতানৈক্যৰ চৰম অৱস্থা পোৱাৰ ফলত আক্ৰাছুৰ বঙাইগাঁও জিলা তথা আঞ্চলিক সমিতিৰ পৰা বৃহৎসংখ্যক নেতাই সমূহীয়াভাৱে পদত্যাগ কৰে।

Apply Now

পদত্যাগী নেতাসকলে অভিযোগ কৰা অনুসৰি সংগঠনটোৰ ভিতৰচ’ৰাত একাংশ অবাঞ্ছিত তথা বিতৰ্কিত লোকৰ উপস্থিতি ঘটিছে। যাৰ বাবে সংগঠনটোৰ নিষ্ঠাৱান কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

এই পৰিস্থিতি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিয়ে নেতাকেইজনে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। পদত্যাগ কৰা সকল ক্ৰমে- সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নাৰায়ণ মেধি, কাৰ্যকৰী সদস্য অক্ষয় কুমাৰ ৰায়, সৃজনগ্ৰাম আঞ্চলিক সমিতিৰ উপ-সভাপতি ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক ক্ৰমে অঞ্জন ৰায়, প্ৰণৱ ৰায়, সাংগঠনিক সম্পাদক অৰবিন্দ ৰায়, অৰুণ ৰায়, কাৰ্যকৰী সদস্য চন্দন ৰায়, হিমান ৰায়, ভাস্কৰ ৰায়।

এওঁলোকৰ উপৰি পঞ্চপুৰ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক উত্তম সৰকাৰ, সাংগঠনিক সম্পাদক পৰমেশ্বৰ বৰ্মন। পদ্মপুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰম ৰায়, সম্পাদক গুণেশ্বৰ ৰায়, বঙাইগাঁও জিলা সাংগঠনিক সম্পাদক পবিন বৰ্মন, ঘিলাগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শচীন বৰ্মন, সৃজনগ্ৰাম আঞ্চলিক সমিতিৰ সম্পাদক নিৰ্মূল কুমাৰ ৰায়ো পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সংগঠনটোৰ বিভাজিত গোট দুটাৰ কেন্দ্ৰীয় পৰ্য্যায়ত একত্ৰীকৰণ হৈছিল যদিও জিলা আৰু আঞ্চলিক পৰ্যায়ত একত্ৰীকৰণ এই পৰ্য্যন্ত সম্পূৰ্ণ হোৱা নাই। আনহাতে জিলা আৰু আঞ্চলিক পৰ্য্যায়ৰ নেতাৰ এই সমূহীয়া পদত্যাগ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ পৰা কোনো মন্তব্য সংবাদ মাধ্যমলৈ অহা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd