• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’লৈ ৮ টা মনোনয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 6:38 pm
xoihabte dhemalite
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চলচ্চিত্ৰলৈ আৰু এটা সুখৱৰ কঢ়িয়াই আনিছে আন এখন শিশু ছবিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত এখন চলচ্চিত্ৰ মহোৎসৱত অসমৰ সন্ত্ৰাস জৰ্জৰ সময়ৰ ছবি দাঙি ধৰা এখন শিশু ছবিয়ে আঠটাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

বিদ্যুৎ কটকী পৰিচালিত ‘শৈশৱতে ধেমালিতে’ শিশু ছবিখনে লছ এঞ্জেলছৰ লাভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত (এলআইএফএফ) শ্ৰেষ্ঠ কাহিনী ছবি, পৰিচালক, চিত্ৰনাট্য, অভিনেতা (নকুল বৈদ্য), অভিনেত্ৰী (দিপান্বিতা শৰ্মা), সহযোগী অভিনেতা (ভিক্টৰ বেনাৰ্জী), চিনামাটোগ্ৰাফী (সত্য প্ৰকাশ ৰথ) আৰু সংগীত (অনুৰাগ শইকীয়া)কে ধৰি মুঠ আঠটা শাখাত মনোনয়ন লাভ কৰিছে।

Apply Now

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি বঁটা সমূহ বেভাৰলী হিলছত অহা ৭ জুলাইত ঘোষণা কৰা হ’ব। মুম্বাইস্থিত পৰিচালক কটকীয়ে সংবাদ প্ৰতিষ্ঠানক আগত প্ৰকাশ কৰিছে, ‘’ এয়া অৱশ্যেই এক সন্মান। এই স্বীকৃতিয়ে বিশেষভাৱে সুখী কৰিছে কিয়নো এই মহোৎসৱৰ লক্ষ্যই হৈছে বিশ্বক একেবাৰে ওচৰ চপাই অনা আৰু চলচ্চিত্ৰৰ জৰিয়তে প্ৰেম তথা একতাক তুলি ধৰা।‘’

rainbow-fields-still-2

আশীৰ দশকৰ অসম আন্দোলনৰ সময়ত সৃষ্টি হোৱা শিশুৰ মানসিক দ্বন্দ্বৰ সঁচা কাহিনীৰ ওপৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত নিপন গোস্বামী, নাভেদ আচলাম আৰু নিকুমনি বৰুৱাৰ দৰে প্ৰতিষ্ঠিত শিল্পীয়ে অভিনয় কৰিছে।

২০১৭ চনত চলচ্চিত্ৰখনে হলিউদ ইন্টাৰনেশ্যনেল চিনে ফেষ্টত ‘শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ বঁটা’ লাভ কৰিছিল। গোৱাৰ ভাৰত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামা শাখাত ছবিখন প্ৰদৰ্শিত হৈছিল।

মুম্বাইস্থিত প্ৰডাকশ্যন হাউছ ইণ্ডিয়া ষ্ট’ৰিছ আৰু সহ প্ৰযোজক কটকীৰ ধ্ৰুৱ ক্ৰিয়েটিভ প্ৰডাকশ্যন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ স্থিত প্ৰডাকশ্যন হাউছ কুৰ্মাসন ক্ৰিয়েটছে ছবিখন প্ৰযোজনা কৰিছে।

২০১৬ চনত লাভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল প্ৰতিষ্ঠা কৰিছে এগৰাকী কবি, নাট্যকাৰ তথা সমাজকৰ্মী আটা ছাৰৱটীয়ে। শিশুৰ বাবে কৰা তেওঁলোকৰ কৰ্মৰাজিৰ বাবে প্ৰথম বছৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মিছেল ওবামা আৰু লউৰা বুশ্বক ‘এম্বেছাদৰ অফ লাভ এণ্ড পীছ’ সন্মানেৰে সন্মানিত কৰা হৈছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd