• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্তজনৰ সহায়ৰ বাবে উৎসৰ্গিত ‘হেল্ল’ মা’ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2018 9:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মা শব্দই আমাক আশ্ৰয়, নিৰাপত্তা আৰু শক্তি প্ৰদান কৰি আহিছে। এই কথাৰ মহত্ত আমি উপলব্ধই কৰিবই লাগিব। মহিলাসকলে সমাজ জীৱনত সদায়ে শক্তি প্ৰদান কৰি আহিছে। জীৱনৰ বাটত এই কথা সকলোৱে মনত ৰাখিলে কেতিয়াও বিচলিত হ’ব নালাগে’।’ আজি গুৱাহাটীৰ লাষ্টগেটস্থিত গড়কাপ্টানি বিভাগৰ সভা গৃহত আৰ্তজনৰ বাবে উৎসৰ্গিত ‘হেল্ল’ মা’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

এই উদ্বোধনী অনুষ্ঠানতে ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক, সাহিত্যিক কনক সেন ডেকাই কয় যে হত্যা, হিংসা, ধৰ্ষণ, আত্মহত্যা, মাদক দ্ৰব্যৰ প্ৰচলন সমাজ জীৱনৰ জ্বলন্ত সমস্যা হৈ পৰিছে।

Apply Now

তাৰোপৰি সামাজিকভাৱে দায়বদ্ধ যিসকলে গুৰুত্ব দিব লাগিছিল কিন্তু দিয়া নাই, ইয়াৰ বিপৰীতে সুমন হৰিপ্ৰিয়াই এই বিষয়টোত গুৰুত্ব দিছে। লগতে তেওঁ ‘সুমন হৰিপ্ৰিয়াৰ সপোনটো আগবঢ়াই নিয়াটো সকলোৰে দায়িত্ব। সুমন হৰিপ্ৰিয়াৰ বাৰ্তাটো আগুৱাই নিব লাগিব।’ বুলি মন্তব্য কৰে।

মন কৰিব লগীয়া যে কনক সেন ডেকাই সমাজত মদৰ প্ৰচলন বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কয় যে মাদক দ্ৰব্যৰ বাবে মা শব্দটো নাইকিয়া হৈছে।

লগতে তেওঁ কয় যে, ‘মদে ৰাজহ দিছে কিন্তু সমাজ ধ্বংস কৰা ৰাজহ আমাক নালাগে। আনিক পুলিচেই ৰাস্তাত মদ খাই পৰি থাকে।’

আজিৰ উদ্বোধনী অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ভাষণ প্ৰসংগত সুমন হৰিপ্ৰিয়াক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে টেলিভিচনত আত্মহত্যা সম্পৰ্কীয় বাতৰি বেছিকৈ সম্প্ৰচাৰ নকৰিবৰ বাবে আহ্বান জনায়।

ইফালে ‘হেল্ল’ মা’ৰ জন্মদাতা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আজিৰ উদ্বোধনী অনুষ্ঠানটোত কয় যে, যদি কোনো লোকে দুৰ্বল মুহূৰ্তত নিজকে অসহায় অনুভৱ কৰে, কোনো নাই ওচৰত অনুভৱ কৰে তেতিয়া ‘হেল্ল’ মা’ক তেওঁৰ ওচৰত পাব। আৰু এইটোৱে হ’ল ‘হেল্ল’ মা’ৰ মূল উদ্দেশ্য। আৰু ‘হেল্ল’ মা’ৰ হেল্পলাইন নাম্বাৰ হ’ল  ২২০২২৩৭, ২২০২২৩৮, ২২০২২৩৯ , Email ID : helloma.assam.gmail.com আৰু Website :www.helloma.assam.com।

ইফালে আজিৰ উদ্বোধনী অনুষ্ঠানটোত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক পাঠ্যপুথি উন্নয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd