• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউনিক’ডৰ লণ্ডনস্থ সভাত অংশ গ্রহণ কৰা অসমৰ প্রতিনিধি দলৰ চাহ মেল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2018 10:46 pm
যুনিকড
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা কক্ষত অনুষ্ঠিত সভাগৃহত লণ্ডনত অনুষ্ঠিত হৈ যোৱা ইউনিক’ডৰ সভাত অংশ গ্রহণ কৰা অসম চৰকাৰৰ দ্বাৰা প্রেৰিত প্রতিনিধি দলৰ অসমলৈ প্রত্যাৱৰ্তনৰ পিছত প্রতিনিধি দলৰ মঙলবাৰে সন্ধিয়া এখনি চাহ মেল অনুষ্ঠিত হয়।

ইউনিক’ডত অসমীয়া লিপি অন্তর্ভুক্তিৰ বাবে আন্তৰাষ্ট্ৰীয় মানক সংস্থাৰ সভাত উপস্থিত থাকি ইউনিক’ডত অসমীয়া লিপি অন্তর্ভুক্তিৰ সবল যুক্তিনিষ্ঠ দাবী উত্থাপন কৰা প্রতিনিধি দলৰ সৈতে চাহ মেলত উপস্থিত থাকে অসমৰ কেবা গৰাকীও বিশিষ্ট ব্যক্তি, ভাষাবিদ আৰু বৌদ্ধিক জগতৰ ব্যক্তি।

Apply Now

অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত সাহিত্যচাৰ্য্য ডঃ ৰমেশ পাঠক, সদস্য মহীয়ান ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী, ডঃ দিপ্তী ফুকন পাটগিৰি, ডঃ সুচিত্রা কাকতি, ডঃ দিলীপ কুমাৰ কলিতা, ডাঃ সত্যকাম ফুকন, আজিজুল হক , ডঃ নমিতা ডেকা, সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি কনক চন্দ্র শর্মা, অৱসৰ প্রাপ্ত ভাৰতীয় প্রশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, কর্মচাৰী পৰিষদৰ দ্বীপেন শর্মা, ভূপেন বৰুৱা, ডঃ বলেন্দ্র কুমাৰ দাস প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অসম চৰকাৰক প্রতিনিধিত্ব কৰা দলটোৰ ডঃ শিখৰ শৰ্মা, এম.কে. যাদৱ, ডঃ পৰমানন্দ ৰাজবংশী, ডঃ ধ্ৰুৱজ্যোতি বৰা এই চাৰিজনীয়া দলটোৰ ডঃ ধ্ৰুৱজ্যোতি বৰাৰ বাহিৰে বাকী তিনিজনে উপস্থিত থাকি ইউনিক’ডৰ সভাত অসমীয়া লিপিক অন্তর্ভুক্তিৰ সবিশেষ দাঙি ধৰে।

পূর্বৰে পৰা ইউনিক’ডত বাংলা লিপি অন্তর্ভুক্তি হৈ থকাত প্রতিনিধিসকলে যুক্তিৰে অসমীয়া লিপিক অন্তর্ভুক্তিৰ দাবী উত্থাপনত পতিয়ন গৈ অসমীয়া লিপিকো বাংলা লিপিৰ সৈতে সমমৰ্য্যদা দি একেটা ক’ডতে স্থান দিয়া বুলি প্রতিনিধি সকলে বক্তব্য দাঙি ধৰে।

অসম সাহিত্য সভাৰ গুৱাহাটী কার্য্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শর্মাই আদৰণি জনোৱা সভাখনত ৰাইজৰ তৰফৰ পৰা বক্তব্য ৰখা আটাইকেইগৰাকীয়ে অসমীয়া লিপিক ইউনিকডত সংস্থাপন দিয়াৰ যুঁজখনত কৰা শ্ৰম আৰু অসমীয়া লিপিক বাংলাৰ সৈতে একেটা ক’ডতে সংস্থাপিত কৰিব পৰা কামটো অসমীয়া মানুহৰ বাবে উল্লেখনীয় এক সাফল্যৰ পদক্ষেপ হৈছে বুলি উল্লেখ কৰি দলটোলৈ পূর্ণ সমর্থন জনাই উৎসাহ প্রদান কৰি পৰৱৰ্তী পৰ্য্যায়ত ল’ব লগা পদক্ষেপৰ বাবে প্রস্তুতি চলোৱাৰ পৰামৰ্শ আগবঢ়ায়।

সভাত আলফা নেতা অনুপ চেতিয়াই প্রতিনিধি দলটোৱে লোৱা পদক্ষেপত সন্তোষ প্রকাশ কৰি ভৱিষ্যতে ল’ব লগা পদক্ষেপ সমূহত পূর্ণ সমর্থন জনাব বুলি মত পোষণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd