• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা বিধায়ক আমিনুল ইছলামলৈ আদালতৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 7:28 am
aminul-islam-720x480_1486377283
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী নাগৰিক সম্পৰ্কত প্ৰদান কৰা ৰায়ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰাণ বৰাই আদালত অৱমাননাৰ এটা ফৌজগাৰী গোচৰ তৰিছে। এই গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক আমিনুল ইছলামলৈ জাননী প্ৰেৰণ কৰিছে।

ন্যায়ালয়ে অহা ২৮ ছেপ্টেম্বৰত বিধায়ক আমিনুল ইছলামক সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। অধিবক্তা প্ৰাণ বৰাই দাখিল কৰা আদালত অৱমাননা (ফৌজদাৰী) গোচৰ নং ১ /২০১৮ ৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে ন্যায়াধীশদ্বয় অৰূপ কুমাৰ গোস্বামী আৰু মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখযোগ্য যে যোৱা ১১ জুলাইত বিধায়ক আমিনুল ইছলামে নিজৰ সমষ্টিত এখন সংবাদমেল সম্বোধন কৰি বিদেশী নাগৰিক সংক্ৰান্তীয় ৰায় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দাঙি ধৰাৰ তথ্য প্ৰমাণ দাঙি ধৰি অধিবক্তা বৰাই গোচৰটো তৰিছিল।

বিধায়ক ইছলামে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে ঘোষিত বিদেশীৰ গোচৰৰ প্ৰক্ৰিয়া একপক্ষীয়ভাৱে কৰে বুলি অভিযোগ তুলিছিল। বিধায়ক গৰাকীয়ে ন্যায়াধীশগৰাকীয়ে আবেদনকাৰীৰ জন্মৰ তাৰিখ আৰু নামৰ সামান্য হীন ডেঢ়ি হ’লেই বিদেশী বুলি ৰায় দিয়াৰ অভিযোগ আনিছিল।

আনহাতে, এইক্ষেত্ৰত ন্যায়াধীশগৰাকীও সন্দেহৰ আৱৰ্তত বুলি মন্তব্য কৰি বিধায়ক ইছলামে ন্যায়াধীশগৰাকীৰ ভোটাৰ তালিকাত থকা জন্মৰ তাৰিখ আৰু উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত থকা জন্মৰ তাৰিখৰ মাজত মিল নাই বুলি মন্তব্য কৰিছিল। বিধায়ক ইছলামৰ এই সংবাদমেলৰ বাতৰি ৰাজ্যখনৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল।

অধিবক্তা বৰাই বিধায়ক ইছলামৰ উক্ত মন্তব্য তথা অভিযোগ ন্যায়াপালিকাৰ প্ৰতি অসন্মানজনক তথা ন্যায়ালয়ৰ প্ৰতি অৱমাননা বুলি যুক্তি প্ৰদৰ্শন কৰিছে। ইপিনে আদালত অৱমাননাৰ এই গোচৰ তৰিবলৈ প্ৰয়োজন হোৱা মহাধিবক্তাৰ আনুষ্ঠানিক সন্মতিও লোৱা হৈছে বুলি সদৰী কৰিছে অধিবক্তাগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd