• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেদিনাই তিনিটাকৈ পথ দুৰ্ঘটনাই কঁপাই গ’ল ডিমৌক; দুজন নিহত আহত কেইবাজনো

 হিতোজ্বল চেতিয়া by  হিতোজ্বল চেতিয়া
June 23, 2018 10:41 pm
Road accident at Dimou
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই আজি কঁপাই গ’ল ডিমৌক। ডিমৌ চাৰিআলিত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত আজি পুৱা প্ৰাতঃভ্ৰমণলৈ উলাই যোৱা চুনেইনা সিং নামৰ এগৰাকী বৃদ্ধাক এখন অচিনাক্ত বাহনে খুন্দা মাৰে। আঘাত গুৰুতৰ হোৱাত মহিলাগৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে, এই ঘটনাৰ ক্ষন্তেক পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। ইয়াটো এখন অচিনাক্ত বাহনৰ তীব্ৰ খুন্দাত এখন বলেৰ’ গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। অৱশ্যে দুৰ্ঘটনাটোত গাড়ীখনত থকা আৰক্ষী বিষয়া ফিৰোজ দত্ত, পত্নী নিতুমণি গগৈ দত্ত, গাড়ীচালক কণিষ্ঠবল সৌৰভ বৰা, তেওঁৰ পত্নী সুমন দাস আৰু এটি কণমানি শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ফিৰোজ দত্তই তেওঁৰ বলেৰ’ গাড়ীখনেৰে গুৱাহাটীৰ পৰা লাহোৱাললৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

Apply Now

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মাত্ৰকে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ তৎক্ষনাত আটাইকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে ঘটনাস্থলীৰ পলায়ন কৰে।

আনহাতে উক্ত দুটাকৈ দুৰ্ঘটনা হৈ যোৱাৰ তিনিঘণ্টাৰ পিছতে আকৌ সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। এইবাৰ কাছমাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন মাৰুতি চুজুকী এষ্টাৰ আৰু এখন স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দুপৰীয়া বকতা পাটসাকোঁৰ পৰা ডিমৌ গড়ভগালৈ আহি থকা এ এছ-০৪-এইচ-৭৮৫২ নম্বৰৰ এষ্টাৰ গাড়ীখনক বিপৰীত দিশৰ পৰা আহি থকা এ এছ-০৬-কিউ-৬১৫৭ নম্বৰৰ তীব্ৰবেগী স্কুটীখনে খুন্দা মাৰে। ফলত স্কুটীখনৰ চালক তথা ডিমৌ কণিষ্ঠ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ৰূপম সোণোৱাল থিতাতে নিহত হয় লগতে অংকুৰ ৰবি নামৰ আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

আনহাতে চুজুকী এষ্টাৰ খনৰ চালক মিনাৰাম বৰুৱা আৰু পত্নী জ্যোতিময়ী বৰুৱাও গুৰুতৰ ভাৱে আহত হয়। দুৰ্ঘটনাত আহত ব্যক্তিসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তিনিওজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

 হিতোজ্বল চেতিয়া

 হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd