• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত সন্দেহজনক লোকৰ নাম : অন্য লোকেও দিব পাৰিব অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2018 1:35 pm
এন আৰ চি
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ আৰু মাত্র মাজত দুদিন বাকী আছে। অহা ৩০ জুলাইত খচৰা প্রকাশ হোৱাৰ পাছত এন আৰ চিত সকলোৱে নিজৰ নিজৰ নামসমূহ আছে নে নাই সেই কথা জানিবলৈ এন আৰ চি কর্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাসমূহ ইতিমধ্যে ৰাজহুৱাকৈ প্ৰকাশ কৰা হৈছে।

সৰ্বমুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত  যিসকলৰ নাম এন আৰ চিত আহে তেওঁলোকৰ ভিতৰত কোনো লোকৰ ওপৰত সন্দেহ হ’লে আন লোকেও অভিযোগ দিব পাৰিব বুলি এন আৰ চি কর্তৃপক্ষই সদৰী কৰিছে।

Apply Now

১৯৭১ চনৰ ২৪ মার্চৰ মাজনিশা পর্যন্ত অসমত থকা ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট কৰি এখন শুদ্ধ এন আৰ চি প্রস্তুতৰ কৰা এন আৰ চি কর্তৃপক্ষই অভিযোগ দাখিলৰ ব্যৱস্থা ৰাখি ৰাইজকো এই ক্ষেত্ৰত জড়িত কৰিছে। এন আৰ চি কর্তৃপক্ষই প্রস্তুত কৰি উলিওৱা অভিযোগ দাখিলৰ প্ৰ-পত্ৰ অনুসৰি চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত কোনো লোকৰ বিৰুদ্ধে অন্য ব্যক্তিয়েও এন আৰ চি সেৱা কেন্দ্ৰত অভিযোগ দাখিল কৰিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষৰ অলক্ষিতে কোনো সন্দেহজনক ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন, বিদেশী ঘোষিত ডি ভোটাৰৰ বংশানুক্ৰমিক কোনো লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হয় তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে আন লোকেও প্ৰ-পত্ৰ যোগে আপত্তি দাখিল কৰিব পাৰিব।

১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত সামৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ বাবে ৰাইজৰ সহযোগ বিচাৰি এন আৰ চি কৰ্তৃপক্ষই এই ব্যৱস্থা ৰাখিছে। এন আৰ চিৰ বাবে দাখিল কৰা আবেদনত থকা লিগেচীৰ বাবে তালিকা ‘এ’ ত থকা তথ্য সঠিক নহ’লে, লিগেচী ডাটাৰ লগত বংশানুক্ৰমিক সম্পৰ্ক নাথাকিলে বা লিগেচী দাখিল কৰা লোকজনৰ লগত যোগসূত্ৰ স্থাপন কৰিবলৈ দাখিল কৰা তালিকা ‘বি’ত দাখিল কৰা তথ্য সঠিক নহ’লে কোনো ব্যক্তিয়ে অভিযোগ দাখিল কৰিব পাৰিব।

আনহাতে, প্ৰকাশ পোৱা  সম্পূর্ণ খচৰাত যিসকলৰ নাম সন্নিৱিষ্ট নহ’য় তেওঁলোকে পুনৰ আৱেদন জনাবলৈকো প্ৰ-পত্ৰ প্ৰস্তুত কৰিছে এন আৰ চি কৰ্তৃপক্ষই। প্ৰ-পত্ৰৰ লগত দাখিল কৰিবলগীয়া ১৪ বিধ নথিৰ তালিকাও অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ ভিতৰত আছে (১) ১৯৫১ চনৰ এন আৰ চি, (২) ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকাত নাম, (৩)নাগৰিকত্বৰ প্ৰমান-পত্ৰ, (৪) মাটি থকাৰ নথি, (৫) পাছপ’ৰ্ট, (৬) শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমান পত্ৰ, (৭) স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ, (৮) চৰকাৰৰ অনুজ্ঞাপত্ৰ, (৯) এল আই চি প্ৰমান পত্ৰ, (১০) বেংক, ডাকঘৰৰ একাউন্ট বহী, (১১) চৰকাৰী চাকৰি কৰাৰ প্ৰমান পত্ৰ, (১২) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ প্ৰমান পত্ৰ, (১৩) আদালতত নথিভুক্ত কোনো নথিৰ লগতে সমৰ্থিত নথি হিচাপে গণ্য হ’ব ৰেশ্যন কাৰ্ড।

উল্লেখযোগ্য যে উক্ত সকলো নথি হ’ব লাগিব ১৯৭১ চনৰ ২৪ মার্চৰ আগৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd