• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

এন ডি এ চৰকাৰে দেশত সংকীৰ্ণতাক উৎসাহ দিয়াৰ কাম কৰিছে : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 9:38 pm
shashi-tharoor-in-shillong

শ্বিলঙত এখন সংবাদমেল সম্বোধন কৰাৰ সময়ত শশী থাৰুৰ।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন ডি এ চৰকাৰে দেশত সংকীৰ্ণতাক উৎসাহ দি আহিছে। লগতে এই চৰকাৰখনে দুমুখীয়া নীতি গ্ৰহণ কৰে। বিজেপিয়ে মেঘালয়ত সকলোৰে বাবে হৃদয় খুলি দিছে। কিন্তু দিল্লীত বিজেপি চৰকাৰে গাৰো পাহাৰত অলপতে খ্ৰীষ্টান ধৰ্ম প্ৰতিষ্ঠাৰ ১৫০ বছৰ উপলক্ষে উদযাপিত অনুষ্ঠানত উপস্থিত থাকিবলৈ আহিব খোজা পাষ্টৰক ভিছা অস্বীকাৰ কৰে।

এই সমস্ত অভিযোগ আনে আজি মেঘালয়ত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ এজন গুৰুত্বপূৰ্ণ নেতা শশী থাৰুৰে। তেওঁ মেঘালয়ৰ ভোটাৰসকলক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায়।

Apply Now

আজি শ্বিলঙত কেইটামান সমষ্টিত প্ৰচাৰ চলোৱাৰ পূৰ্বে থাৰুৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।

‘এইখন এনেকুৱা এখন চৰকাৰ, যাৰ কোনো চকুত পৰা সফলতা নাই। এই চৰকাৰখনে কৰি থকাৰ ভিতৰত ভাৰতৰ ছবিখন সলনি কৰাৰ চেষ্টা কৰি আছে। ৭০ বছৰ ধৰি আমি ভাৰত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছো। আনকি প্ৰথমখন এন ডি এ চৰকাৰেও ‘সকলো স্তৰৰ মানুহৰ ভাৰতখন’ বিকৃত কৰিবলৈ সাহস কৰা নাছিল।’ এইদৰে কয় থাৰুৰে।

তেওঁ লগতে কয় যে বিজেপিয়ে মেঘালয়লৈ আহি বিজেপি শাসিত ৰাজ্যবোৰত খ্ৰীষ্টানসকলৰ প্ৰতি সদয় হোৱাৰ কথা কয়। কিন্তু খ্ৰীষ্টানসকলে বহুতো অপঘটনাৰ মাজেৰে সময় পাৰ কৰিছে।

আনহাতে তেওঁ বিজেপিৰ মিত্ৰ দল এন পি পিকে ধৰি আন আন আঞ্চলিক দলবোৰকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে এই দলবোৰে মেঘালয়ৰ মানুহক নিজাকৈ নিৰ্বাচন খেলা বুলি কৈ আছে। কিন্তু এইবোৰে প্ৰকৃততে ভিতৰি ভিতৰি বিজেপিৰ মিত্ৰ হিচাপে নিজকে সংলগ্ন কৰি ৰাখিছে।

বিজেপি আৰু মিত্ৰ দলবোৰক সমালোচনা কৰাৰ বিপৰীতে নেতাজনে মেঘালয়ত মুকুল চাংমা নেতৃত্বাধী কংগ্ৰেছ চৰকাৰখনৰ প্ৰশংসা কৰে। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যখণ্ডত উল্লেখযোগ্য অগ্ৰগতি হোৱা বুলি দাবী কৰে।

শিক্ষা খণ্ডত মেঘালয়ে কেৰালাক অতিক্ৰম কৰা কথাটো উল্লেখ কৰে। লগতে তেওঁ স্বাস্থ্যখণ্ডৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ পৰা স্বাস্থ্য বীমাৰ ধাৰণাটো ধাৰ কৰা বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd