• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ ছি কেলেংকাৰি : মুখ্য মন্ত্ৰী, তদন্তকাৰী বিষয়ালৈ প্ৰশ্ন অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 18, 2018 10:18 pm
Akhil-Gogoi-680x365

কৃষক নেতা অখিল গগৈ : ফাইল ফটো

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ ছি কেলেংকাৰি ঘটনা সন্দৰ্ভত আজি ১৯গৰাকী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই এ পি এছ ছি কেলেংকাৰিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অখিল গগৈ।

এ পি এছ ছি কেলেংকাৰী ঘটনাৰ তদন্তৰ সন্দৰ্ভত সৰৱ হৈ পৰা কৃষক নেতা গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘আৰপি শৰ্মাই উল্লেখ কৰাৰ দৰে কেৱল নিৰ্দ্দিষ্ট কেইজনমান লোকক টাৰ্গেট কৰি লোৱা হৈছে কিয়?’

Apply Now

তাৰোপৰি কৃষক নেতা গৰাকীয়ে কয় যে, ‘কিয় হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু বিজেপিৰ বিধায়ক গুৰুজ্যোতি দাস, সুমিত্ৰা পাটীৰ আৰু চিকিমিকি তালুকদাৰৰ দৰে নেতাৰ প্ৰাৰ্থীসমূহক গ্ৰেপ্তাৰ কৰা হোৱা নাই?’

লগতে কৃষক নেতা গৰাকীয়ে অসমৰ মুখ্য মন্ত্ৰী আৰু তদন্তকাৰী বিষয়াসকলৰ পৰা এই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰে।

আনহাতে অখিল গগৈয়ে সাংসদ আৰ পি শৰ্মাৰ জীয়ৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত সাংসদজনে লগে-লগে পদত্যাগ কৰা উচিত বুলি তেওঁ দাবী জনোৱাৰ লগতে এ পি এছ চি কেলেংকাৰীত ধন যোগান ধৰা কাৰণে তথা ৰাজনৈতিক হস্তক্ষেপ কৰাৰ কাৰণে অনতিবিলম্বে সাংসদ আৰপি শৰ্মাক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে।

ইফালে তেওঁ ‘ৰাকেশ পালৰ দিনৰ এপিএছছি নিযুক্তিৰ ৮০ শতাংশতকৈ অধিক নিযুক্তিত কেলেংকাৰী আছিল।’ বুলি উল্লেখ কৰি কয় যে ‘দুৰ্ভাগ্যৰ কথা তদন্তকাৰী বিষয়াসকলে মাত্ৰ কেইজনমান বিষয়াকহে গ্ৰেপ্তাৰ কৰিছে। আৰু কেলেংকাৰীৰে চাকৰি লোৱা বহু বিষয়াই এতিয়াও বিষয়াৰ পদ গ্ৰহণ কৰি আছে।’

গতিকে কৃষক নেতাজনে অতি শীঘ্ৰে ২০১৩ আৰু ২০১৫ চনৰ এপিএছছি পৰীক্ষাৰ যিসকলে নিযুক্তি পাইছিল, তেওঁলোকৰ চাকৰি বাতিল কৰাৰ বাবে দাবী জনায়।

আনকি তেওঁ নতুনকৈ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ বাবে চৰকাৰক দাবী জনোৱাৰ উপৰিও ‘কিয় এতিয়ালৈকে এই পৰীক্ষাকেইটা বাতিল কৰা হোৱা নাই এই প্ৰশ্নৰ উত্তৰ মুখ্য মন্ত্ৰীয়ে জনাব লাগে।’ বুলিও উল্লেখ কৰে।

আনহাতে, সমগ্ৰ এ পি এছ ছি কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী জনাই তেওঁ এই কেলেংকাৰীত জড়িত সকলক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়।

অৱশ্যে কৃষক নেতাগৰাকীয়ে এ পি এছ চি কেলেংকাৰীৰ সৈতে জড়িত নতুনকৈ ১৯ জন বিষয়াক আজি গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্তকাৰী বিষয়াকেইজনক ধন্যবাদো জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd