• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব অত্যাধুনিক মাৰণাস্ত্ৰ

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
December 2, 2017 1:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ গৈ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও সম্পূৰ্ণকৈ সফল হ’ব পৰা নাই কোনো এখন চৰাকাৰ। অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বাবে প্ৰতিখন চৰকাৰ জনসাধাৰণ তথা প্ৰকৃতিপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। বিজেপি নেতৃত্বাধীন নতুন চৰকাৰখন এই চোৰাং চিকাৰীৰ দৌৰাত্ম্য ৰোধত কিছু পৰিমাণে সফল হোৱা বুলি ভবাৰ সময়তে শেহতীয়াকৈ আকৌ চোৰাং চিকাৰীৰ উৎপাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেয়ে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত এই সমস্যাৰ সৈতে অধিক দক্ষতাৰে যাতে বনকৰ্মীসকল মুখামুখি হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন পদক্ষেপ লৈছে। চোৰাং চিকাৰীক যাতে কঠোৰভাৱে প্ৰত্যাহ্বান জনাবলৈ বনকৰ্মীসকল সক্ষম হয় তাৰ বাবে চৰকাৰে বন বিভাগৰ হাতত তুলি দিবলৈ ওলাইছে অত্যাধুনিক মাৰণাস্ত্ৰ। চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে এই অত্যাধুনিক মাৰণাস্ত্ৰবোৰ চেন্নাই পৰা অনা হ’ব। অহা নৱবৰ্ষৰ প্ৰাৰম্ভণিতে বনৰক্ষীৰ হাতত থ্ৰী নট থ্ৰী ৰাইফলৰ পৰিৱৰ্তে এই এ কে ছিৰিজৰ ইনছাছ ৰাইফলবোৰ। ইতিপূৰ্বে দহ কোটি টকা ব্যয়ৰে অনা ১৩৯০টা এনে অস্ত্ৰ আহি পাইছে। কালি মহানগৰীৰ বশিষ্ঠত থকা বন সুৰক্ষা বাহিনীৰ শিবিৰত বনমন্ত্ৰী প্ৰমীলাৰাণীয়ে এই অস্ত্ৰসমূহ পৰিদৰ্শন কৰে। বন মন্ত্ৰীৰ লগত প্ৰধান মুখ্য বনসংৰক্ষক বিকাশ ব্ৰহ্ম, এম বাসু, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক কুমাৰ যাদৱকে ধৰি কোইবাগৰাকী শীৰ্ষ বিষয়াও উপস্থিত থাকে।  উল্লেখযোগ্য যে চোৰাংচিকাৰীয়ে অত্যাধুনিক অস্ত্ৰৰে গঁড় চিকাৰ কৰাৰ সময়ত বনৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এ কে ৪৭ ৰাইফলৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বিপৰীতে বনৰক্ষীসকল থ্ৰী নট থ্ৰী ৰাইফলেৰে চোৰাংচিকাৰীৰ মুখামুখি হৈ আহিব লগীয়া হৈছে। তেনেস্থলত বনৰক্ষীক অত্যাধুনিক মাৰণাস্ত্ৰ দিয়াৰ দাবী বহু পূৰ্বৰে পৰা উত্থাপন হৈ আহিছিল যদিও এই বিষয়টো ঘোষণাতেই সীমাবদ্ধ হৈ আছিল। অৱশেষত বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ তৎপৰতাত বনৰক্ষীক অত্যাধুনিক মাৰণাস্ত্ৰ দিয়াৰ কামটো হৈ উঠাৰ পথত। জানিব পৰামতে এই অস্ত্ৰ সমূহৰ ভিতৰত আছে ৯ এম এম পিষ্টল ২০ টা, এ কে ৪৭ ৰাইফল ৯১ টা, ইনাছাছ ৰাইফল ২৭২টা, এছ এল আৰ ৰাইফল ৮৭৪ টা আৰু ১৩৩ টা টুৱেলভ ব’ৰ ৰাইফল। এই মাৰণাস্ত্ৰ সমূহে বনৰক্ষীসকলক অধিক মনোবল আৰু অস্ত্ৰবল যোগাব বুলি বন বিভাগটোৱে আশা কৰিছে।

Apply Now
এন ই নাও নিউজ ব্যুৰো:

এন ই নাও নিউজ ব্যুৰো:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd