• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কাম্বু আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সংসদীয় সচিব কাৰবাকৰ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
July 2, 2018 8:39 pm
Foundation laid
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ সংসদীয় সচিব নিয়ামাৰ কাৰবাকে কাম্বু আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন কৰে। এই আদৰ্শ গাঁওখন মুখ্য মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ (Chief Minister’s Adarsh Gram Yojana) অন্তৰ্গত নিৰ্মাণ কৰা হ’ব। কাম্বু গাঁওখন অৰুণাচলৰ পশ্চিম ছিয়াং জিলাৰ ভিতৰুৱা। কাম্বু গাঁও ২৭ লিৰোমোবা বিধানসভা অনুসূচিত জনজাতি সমষ্টিৰ অন্তৰ্গত আটাইতকৈ পুৰণা গাঁও আৰু ইয়াৰ জনসংখ্যা ৬০০ৰো অধিক।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সমৱেত হোৱা পি আৰ আই, গাঁওবুঢ়া, আৰু স্থানীয় বাসিন্দাসকলক সম্বোধন কৰি কাৰবাকে কয় যে কাম্বুক এখন আদৰ্শ গাঁওলৈ পৰিৱৰ্তন কৰা হ’ব। ইয়াত চৌব্বিশ ঘণ্টাই পাইপেৰে খোৱা পানী যোগান ধৰা আৰু সকলো সময়তে বিজুলী অব্যাহত ৰখা, প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি, আভ্যন্তৰিণ পথ, নিয়োগ সৃষ্টিৰ সুযোগ আৰু মুকলিত শৌচ-প্ৰস্ৰাৱ বিহীন স্থান হিচাপে গঢ়ি তোলা হ’ব।

Apply Now

কাৰবাকে কয় যে এই সমষ্টিটোত উন্নয়নৰ সকলো কাম পৰ্যায়ক্ৰমে হাতত লোৱা হ’ব। কাৰবাকে আশ্বাস প্ৰদান কৰিছে যে ২৭ লিৰোমোবা বিধানসভা অনুসূচিত জনজাতি সমষ্টিৰ অন্তৰ্গত সকলো গাঁৱকেই তেওঁ আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব।

তেওঁ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে কল্পনা কৰা যথাৰ্থ আদৰ্শ গাঁৱৰ মৰ্যাদাৰ লক্ষ্যত উপনীত হ’বলৈ সকলো স্থানীয় বাসিন্দাকেই চাফ-চিকুণতা বজাই ৰাখি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অন্তৰ্গত প্ৰতিখন বিধানসভা সমষ্টিৰ মুঠ ৬০খন গাঁওক প্ৰথমতে আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। আদৰ্শ গাঁও হিচাপে উন্নীত কৰাৰ বাবে ২ বছৰ সময়সীমা ধাৰ্য কৰা হৈছে। গাঁওৰ নিৰ্বাচন সাধাৰণতে জিলা উপায়ুক্তৰ নেতৃত্বত গঠিত এখন কমিটীয়ে কৰে।

সংশ্লিষ্ট গাঁওখনৰ প্ৰকৃতিক আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ২টা পৰ্যায়ত মুঠ ১.৫কোটি টকা প্ৰদান কৰা হ’ব।

আধাৰশিলা স্থাপন অনুষ্ঠানত পশ্চিম ছিয়াং জিলাৰ বিজেপিৰ ভাৰপ্ৰাপ্ত টায়েক গোইয়ে গ্ৰাম্য পৰ্যটন, কৃষি আদিৰ পৰা অৰ্থ উপাৰ্জন কৰিবলৈ আহ্বান জনায়। লগতে ৰাজ১ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

সভাত আলোৰ ডিপিঅ’ হেংগে ৰিবা আৰু চক্ৰ বিষয়া ছাৰা বোৰাঙো উপস্থিত আছিল।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd