• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰৰ পৰা মুকলি হোৱাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী জীৱনলৈ উভতি আহিল কৃষক নেতা অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 1:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী ক্ষেত্ৰলৈ উভতিল কৃষক নেতা অখিল গগৈ। বুধবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ অহা অখিল গগৈৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে সকলো জল্পনা কল্পনাৰ অন্ত পলাই আজি কৃষক নেতাগৰাকীয়ে উপস্থিত হয়হি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত এখন নাগৰিক অভিৱৰ্তনত।

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত আহ্বান কৰা নাগৰিক অভিৱৰ্তনৰ আহ্বায়কসকলৰ ভিতৰত আছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, জ্যোতি প্ৰসাদ শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি। এই অভিৱৰ্তনৰ বিষয় হৈছে নাগিৰকত্ব আইন, ১৯৫৫ সংশোধনৰ বিৰুদ্ধে জনমত গঠন কৰা। সংসদৰ শীতকালীন অধিৱেশনতে এই সম্পৰ্কত সংশোধনী বিধেয়ক অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ ফলত বিভিন্ন জাতীয় দল সংগঠনক ইয়াৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে বিশিষ্ট ব্যক্তিসকলে।

Apply Now

কালি অখিল গগৈয়ে মুক্তি লাভ কৰাৰ পিছতে সংবাদ মাধ্যমক জনাইছিল যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তেওঁ বিৰোধিতা কৰি যাব। বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনে অসমত হিন্দু বালাংদেশী জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰিছে। কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ পুনৰ জাতীয় সমস্যাক লৈ আন্দোলনত নামিব বুলি ঘোষণা কৰিছিল।

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলি থকা অভিৱৰ্তনত উপস্থিত হৈ অখিল গগৈয়ে তেওঁৰ স্থিতি ষ্পষ্ট কৰিলে। তেওঁ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে জাতীয় স্বাৰ্থৰ প্ৰশ্নত তেওঁ সমভাৱাপন্ন দল-সংগঠন তথা ব্যক্তিৰ সৈতে একেলগে আগবাঢ়িবলৈ প্ৰস্তুত।

https://youtu.be/6EkxLKeK8OY

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত অখিল গগৈক পুৰণি বন্ধু কমল মেধিৰ সৈতে একেলগে দেখা পোৱা গ’ল। দুয়োজনে কিছু কথা বিনিময় কৰাৰ লগতে এনেধৰণৰ জাতীয় প্ৰশ্নত তেওঁলোক আকৌ এবাৰ সহযোগী হ’ব নেকি সেইটোৱে বিভিন্নজনৰ মনত কৌতুহলৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এসময়ত কৃষক মুক্তিৰ নেতা হিচাপে দুয়োজনে একেলগে বহু আন্দোলনৰ গুৰি ধৰিছিল। কিন্তু হঠাৎ দুয়োজনৰ মাজত হোৱা মনোমালিন্যৰ বাবে কমল মেধিয়ে কৃষক মুক্তি এৰি যায়। বৰ্তমান তেওঁ অসমত আম আদমী পাৰ্টিৰ নেতৃত্বত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd