• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুৰি শতিকাৰ জনপ্ৰিয় বিজ্ঞানী ষ্টিফেন হকিং আছিল জীৱন্ত কিংবদন্তি : ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2018 10:09 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ তাৰকাগৃহ সভাকক্ষত শনিবাৰে মহা বিশ্বৰ ৰহস্য সন্ধানী তাত্বিক পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙৰ স্মৃতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

নিখিল ভাৰত জনবিজ্ঞান আন্দোলন (এ আই পি এছ এন)ৰ অন্তৰ্ভুক্ত অসমৰ চাৰিটা সংগঠন ক্ৰমে- অসম বিজ্ঞান সমিতি, ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান-বিজ্ঞান সমিতি, অসম আৰু চি আৰ ইউ (উত্তৰ-পূৰ্বাঞ্চল) ৰ উদ্যোগত অনু্ষ্ঠিত হয় এই স্মৃতিচাৰণ সভা। সভাখন সঞ্চালনা কৰে বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড০ অনিল গোস্বামীয়ে।

Apply Now

এই স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি প্লাজমা পদাৰ্থ বিজ্ঞানী ড০ সৰ্বেশ্বৰ বুজৰবৰুৱাই কয় : ‘’কুৰি শতিকাৰ জনপ্ৰিয় বিজ্ঞানী ষ্টিফেন হকিং আছিল জীৱন্ত কিংবদন্তি। ২১ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰখনক সংগী কৰি লোৱা হকিঙে সেইখনত বহিয়েই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বাৰ্তা গ্ৰহণ কৰি জনসাধাৰণলৈ প্ৰেৰণ কৰিছিল।”

তেওঁ লগতে কয় “১৯৭৪ চনতে ষ্টিফেন হকিঙে প্ৰসিদ্ধ কৃষ্ণ গহ্বৰৰ গবেষণা কৰি বিশ্ববাসীলৈ ন-ন তথ্য আগবঢ়াইছিল।”

ড০ বুজৰবৰুৱাই দুখ প্ৰকাশ কৰি কয় যে  “হকিঙে জীৱনত বহুতো বঁটা লাভ কৰিছিল যদিও নোবেল বঁটা লাভ কৰিব নোৱাৰিলে।”

উক্ত স্মৃতিচাৰণ সভাত উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ তথা অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি ড০ বৰীন্দ্ৰ কুমাৰ শৰ্মাই কয়, “বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য সন্ধানী, তাত্ত্বিক গৱেষক হকিঙৰ মৃত্যুৱে সমগ্ৰ বিশ্বকে শোকস্তব্ধ কৰিছে। তদুপৰি, তেওঁ আপেক্ষিকতাবাদ কোৱাণ্টাম তত্ত্ব আৰু কৃষ্ণ গহ্বৰৰ তত্ত্বৰ বাবেও সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছিল।”

index সৰ্বেশ্বেৰ বুজৰবৰুৱা

ড০ শৰ্মাই ষ্টিফেন হকিঙৰ কৰ্মৰাজিৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই কয়, “১৯৮৮ চনতে এই মহান বিজ্ঞানীজনে তেওঁৰ ‘এ ব্ৰিফ হিষ্টৰী অব টাইম’ শীৰ্ষক কালজয়ী গ্ৰন্থখনৰ জৰিয়তে বিশ্বত বিজ্ঞানৰ নায়ক হৈ পৰিছিল। এই গ্ৰন্থখন সমগ্ৰ বিশ্বতে ৪০ টা ভাষালৈ অনুবাদ হৈছে। গ্ৰন্থখন সমগ্ৰ মানব জাতিৰ বাবে অমূল্য সম্পদ।”

হকিঙৰ স্মৃতিচাৰণ কৰি তেওঁ কয়, “মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ নিজৰ শৰীৰটো অকামিলা হৈ পৰাৰ পিছতো থমকি ৰোৱা নাছিল এই মহান বিজ্ঞানী গৰাকী। হুইল চেয়াৰত বহিয়েই তেওঁ বৈজ্ঞানিক গৱেষণামূলক কামৰ বাবে ৬ বাৰকৈ ৰাছিয়া ভ্ৰমণ কৰাৰ উপৰি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল।”

স্মৃতিচাৰণ সভাত উপস্থিত থকা অইন এজন বিজ্ঞানী ড০ বিপুলজ্যোতি শইকীয়াই ভাষণ প্ৰসংগত কয় যে “বিজ্ঞানক সাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত হকিঙৰ উল্লেখনীয় অৱদান আছে। তেওঁ বিজ্ঞানৰ এজন এম্বেচাদৰ আছিল। সাধাৰণতে বিজ্ঞানীসকলে আন্ধাৰত থাকি ভাল পায়। কিন্তু হকিঙ এই ক্ষেত্ৰত বিপৰীত আছিল সেয়েহে তেওঁ চেলিব্ৰিটি ষ্টেটাছ পাবলৈ সক্ষম হৈছে।‘’

ড০ শইকীয়াই লগতে কয়, ‘’ গ্ল’বেল ৱাৰ্মিঙক লৈ এই গৰাকী বিজ্ঞানীয়ে বিভিন্ন দেশৰ বিজ্ঞানীসকলক চিন্তা কৰিবলৈ বাধ্য কৰোৱাৰ লগতে বিশ্ববাসীকো সাবধান কৰি দিছিল। তেওঁ মানব সভ্যতাক ধ্বংস হ’বলৈ দিব বিচৰা নাছিল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd