• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

কেন্দ্ৰীয় আঁচনিৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা মেলাৰ আয়োজন ত্ৰিপুৰা চৰকাৰৰ

পিনাকী দাস by পিনাকী দাস
April 10, 2018 1:41 pm
Biplab-scheme-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেবে ত্ৰিপুৰাৰ এখন ভিতৰুৱা জিলা ধালাইত প্ৰধান মন্ত্ৰীৰ  কিছুমান গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে জনসাধাণক অৱগত কৰাৰ বাবে  আয়োজন কৰা এখন সজাগতা মেলাত অংশগ্ৰহণ কৰে।

উপ মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী জিষ্ণু দেব বৰ্মন, ক্ৰীড়া মন্ত্ৰী মনোজ কান্তি দেব, মুখ্য সচিব সঞ্জীব ৰঞ্জন,  প্ৰধান সচিব কে নাগাৰাজু আৰু অন্যন্য বিশিষ্ট ব্যক্তিসকলে শ শ লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো উদ্বোধন কৰে যিসকলৰ অধিকাংশ অংশগ্ৰহণকাৰী আছিল যুৱ প্ৰজন্মৰ প্ৰতিনিধি।

Apply Now

অধিকাংশ বক্তাৰ ভাষণৰ সাৰমৰ্ম আছিল এই যে কেন্দ্ৰত থকা মোদী চৰকাৰে পি এম ই জি পি, পি এম জি এছ ৱাই, পি এম কে ভি ৱাই ইত্যাদি আঁচনিৰে নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য হাতত লৈছে যদিও ৰাজ্যখনৰ তদানিন্তন চৰকাৰে এই আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰাত ব্যৰ্থ হৈছিল।

কেন্দ্ৰীয় আঁচনিসমূহৰ উপৰিও কেন্দ্ৰৰ বিত্তীয় সহায়তাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি যেনে ‘ত্ৰিপুৰা গ্ৰাম্য জীৱিকা অভিযান’ আদি জনসাধাৰণক উপকৃত কৰিব পৰা আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়।

মুখ্যমন্ত্ৰী বিপ্লব দেবে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি কয় যে যিহেতু এই আঁচনিসমূহৰ নাম পোনপটীয়াকৈ প্ৰধান মন্ত্ৰীৰ সৈতে সংযুক্ত হৈ আছে সেয়েহে তেওঁলোকে উদ্দেশ্যপূৰ্ণভাৱে এই আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱা নাছিল।

তেওঁ আৰু কয় যে পূৰ্বৰ চৰকাৰে জনসাধাৰণক স্ব-নিয়োজিত হ’লে তেওঁলোকৰ চৰকাৰৰ পতন ঘটিব বুলি ভয় কৰিছিল বাবে জনসাধাণৰ স্ব-নিয়োজন বিছৰা নাছিল আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকাটো বিছাৰিছিল।

মুখ্য মন্ত্ৰী বিপ্লব দেবে আৰু য় যে তেওঁৰ চৰকাৰৰ সেই নেতিবাচক মানসিকতা নাই আৰু  প্ৰধান মন্ত্ৰী  মোদীসহ তেওঁৰ চৰকাৰে জনসাধাৰণ আত্ম-নিৰ্ভৰশীল আৰু স্ব-নিয়োজিত হোৱাটো বিছাৰে।

Biplab-centeral-scheme-1-300x199

কেন্দ্ৰ চৰকাৰে নিশ্চিতি দিয়া অত্যন্ত কম খৰচী বিশেষকৈ দুখীয়া লোকৰ বাবে ভালেমান বীমা আৰু পেনছন আঁচনি কিয় ৰূপায়ণ কৰা হোৱা নাছিল তাৰ ওপৰত তেওঁ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ আৰু কয় যে জনসাধাৰণ সচেতন হ’লে কেন্দ্ৰীয় আঁচনিসমূহৰ  সুবিধা গ্ৰহণ কৰি উপকৃত হ’ব পাৰিব। এই আঁচনিসমূহে ত্ৰিপুৰাৰ অহা ৩ বছৰত এখন আদৰ্শ গাওঁ হিচাপে গঢ়ি উঠাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।

অংশগ্ৰহণকাৰী বেংকসমূহৰ প্ৰতিনিধিসকলেও কয় যে মুখ্য মন্ত্ৰীৰ এনেকুৱা পদক্ষেপে জনসাধাৰণক বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ সুবিধা প্ৰদান কৰিব আৰু তেওঁলোক বেংকৰ ঋণ আৰু বিভিন্ন বীমা আৰু পেনছন আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

এই অনুষ্ঠানত মুদ্ৰা যোজনাৰ অধীনত বিভিন্ন বেংকৰ দ্বাৰা মুঠ ১৩গৰাকী যুৱক-যুৱতীক ঋণ দিয়াৰ উপৰিও স্ব-নিয়োজনৰ বাবে বাহনো প্ৰদান কৰা হয়

উল্লেখ্য যে ব্যক্তিগত,ৰাজহুৱা খণ্ড, গ্ৰাম্য আৰু ৰাজ্যিক সমবায় খণ্ডৰ মুঠ ৯টা বেংকে সচেতনতা মেলাখনত অংশগ্ৰহণ কৰিছিল। বিভিন্ন আঁচনিৰ অধীনত এই বেংকসমূহে আগ্ৰহী ঋণ প্ৰয়াসীসকলক ঋণ প্ৰদান কৰিব।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd