• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ চেৰফাংগুৰিত বনভোজস্থলী উন্মোচন বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 29, 2017 6:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিল ৰিভাৰ গ্ৰীন ভেলি ইক’ টুৰিজম ডেভলপমেন্ট ছ’ছাইটি নামৰ বে- চৰকাৰী সংস্থাৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত শিয়ালমাৰি ময়নাগুৰি অঞ্চলত এখন বনভোজ স্থলী শুভ উদ্বোধন কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । উক্ত উদ্বোধনী অনুষ্ঠানত বন মন্ত্ৰী গৰাকীৰ লগত বিপি এফৰ মহিলা নেত্ৰী উমা ৰাণী বসুমতাৰী আৰু বিপিএফৰ দোতমা ব্লকৰ সম্পাদক ধৰণী নাৰ্জাৰী উপস্থিত থাকে। তাৰোপৰি অনুষ্ঠানটোত যুদ্ধ বিৰত এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ কৰ্মকৰতাৰ উপৰিও এবছু আদি দল সংগঠনৰ বহুত নেতৃবৃন্দৰ লগতে স্থানীয় সমাজ সেৱক সকল উপস্থিত থাকে । ছেৰফাংগুৰিৰ শিয়ালমাৰি ময়নাগুৰিস্থ বনভোজস্থলীখন বন মন্ত্ৰী গৰাকীয়ে  উন্মোচন কৰাৰ পিছতেই  স্থানীয় মানুহৰ মাজত আনন্দৰ জোৱাৰ উঠে।
বনভোজস্থলী উন্মোচন কৰি বনমন্ত্ৰী গৰাকীয়ে ভূটানৰ সীমান্তৱৰ্তী অঞ্চলৰ বনাঞ্চল পৰিদৰ্শন কৰে।কোকৰাঝাৰ চহৰৰ পৰা কমেও পঞ্চাশ কিলোমিটাৰ দূৰত্ব সোমাই গৈ ভাৰত – ভূটান সীমান্ত অঞ্চলৰ ফৰেষ্ট ৰাইড নং ১০ ত প্ৰকাণ্ড শাল গছ দেখি আপ্লুত হৈ পৰা বন মন্ত্ৰী গৰাকীয়ে উক্ত গছ সমূহ সংৰক্ষণৰ কৰাটো অতি প্ৰয়োজনীয় বুলি কৈ বি টি চি প্ৰশাসনলৈ উক্ত বনাঞ্চল সংৰক্ষিত কৰিবলৈ আহ্বান কৰে । ইয়াৰোপৰি তেওঁ বনাঞ্চলৰ মাজত চোৰাং কাঠ ব্যৱসায়ী সকলে অবাধে  শাল গছ সমূহ কাটি লৈ যোৱা দেখি দুখ প্ৰকাশ কৰি অতি শীঘ্ৰে কোচুগাঁও বন সংমন্ডলৰ বিষয়াক সংৰক্ষণৰ ব্যৱস্থা কঠোৰ কৰিবলৈ নিৰ্দেশ দিয়া হব বুলি কয় ।

Apply Now
ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

July 12, 2026 10:11 am
এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

July 12, 2026 9:09 am
নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

July 12, 2026 7:56 am
৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

July 12, 2026 10:11 am
এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

July 12, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd