• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ দুৰ্ঘটনা: বলেৰ’ গাড়ীখন সহিতে মালিক আৰু চালকক আত্মসমৰ্পণ কৰিবলৈ আহ্বান আৰক্ষীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 4, 2018 10:19 pm
White-Bolero
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ-কৰিগাঁও পথৰ সমীপৰ নিউ আমগুৰিত শণিবাৰে এখন বগা বলেৰ’ গাড়ীয়ে এজন বৃদ্ধ লোকক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰা গাড়ীখনৰ চালক আৰু গাড়ীখনৰ মালিকক কোকৰাঝাৰ আৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দূৰ্ঘটনাটোত বৃদ্ধ লোকজনে প্ৰাণ হেৰুৱাইছে।

কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই সম্পৰ্কত কয় যে বলেৰ’খনে বৃদ্ধ লোকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা প্ৰায় ৭ কি.মি পৰ্যন্ত বড়োলেণ্ড পৰিবহনৰ সমীপৰ কোকৰাঝাৰিলৈ চোঁচৰাই নিয়ে।

Apply Now

দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীখন সহিতে চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

‘আমি গাড়ীখনৰ চিচি টিভি ফুটেজ লাভ কৰিছো। গাড়ীখনৰ সোফালৰ হেডলাইট আৰু কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে। গাড়ীখন সহিতে চালকজন এই পৰ্যন্ত পলায়ন হৈ আছে’, এই কথা কয় সিঙে।

তেওঁ আৰু কয় ‘মালিক আৰু চালকক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাইছো আৰু বগা বলেৰ’ গাড়ীখন আমাক হস্তান্তৰ কৰক’।

শণিবাৰে সন্ধিয়া প্ৰায় কোকৰাঝাৰ নগৰৰ কোকৰাঝাৰি অঞ্চলৰ পৰা এগৰাকী বয়োজ্যেষ্ঠ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাটো সংঘটিত হৈছিল প্ৰায় ৫.৪৫ মান বজাত।

বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ কোচে কয় যে নতুন আমুগুৰি পথত কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ দিশত গৈ থকা এখন বলেৰ’ গাড়ীয়ে বৃদ্ধ লোকজনক খুন্দিওৱা বুলি তেওঁ গাওঁবাসীৰ পৰা খবৰ লাভ কৰে।

পাছত আৰক্ষীয়ে নিহত লোকজন চিৰাং জিলাৰ কুংৰিং অশ্ৰবাৰী অঞ্চলৰ টৰেন নাৰ্জাৰী(৬০) বুলি চিনাক্ত কৰে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ কোচে জনোৱা মতে নিহত টৰেন নাৰ্জাৰী শণিবাৰে ৰাতিপুৱা নতুন আমুগুৰিত থকা তেওঁৰ জোৱাঁইক সঞ্জিত ৰাভাৰ ঘৰলৈ আহিছিল।

ইয়াৰ উপৰি কোচে দুৰ্ঘটনা সন্দৰ্ভত বলেৰ’ গাড়ীখনৰ অনুসন্ধান অব্যাহত ৰখা বুলিও আমাক জানিবলৈ দিয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm
মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd