• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুবাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে নতুন প্ৰজাতিৰ মাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 5:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ লাৰ্কেট গাৱঁৰ গুহাত এবিধ নতুন প্ৰজাতিৰ মাছ আৱিষ্কৃত হৈছে। নিউজিলেণ্ডৰ পৰা প্ৰকাশিত Zootaxa নামৰ এখন ছায়েন্স জাৰ্নেলে এই কথা প্ৰকাশ কৰিছে। মাছবিধৰ নাম গুহাটো থকা গাওঁখনৰ নামৰ সৈতে সংগতি ৰাখি ছিচতুৰা লাৰ্কেনটেনছিছ (Schistura larketensis) ৰখা হৈছে। Schistura হ’ল এবিধ বটিয়া জাতীয় মাছৰ জিনাছ। জাৰ্নেলখনত প্ৰকাশ পোৱা মতে এই মাছবিধ অন্ধ আৰু একেৰাহে অন্ধকাৰ গুহাৰ পৰিৱেশেই তাৰ কাৰণ বুলি কোৱা হৈছে। এই কথা ব্যক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু নৰ্থ-ইষ্টাৰ্ন হিল য়ুনিভাৰ্ছিটিৰ বৈজ্ঞানিকেৰে গঠিত এটা যুটীয়া গোটে। আনহাতে গোটটোৱে এইটোও কৈছে যে মাছবিধে ক’লা পানীত বাস কৰাৰ বাবে ইহঁতৰ ৰং হেৰুৱাইছে।

উল্লেখযোগ্য যে মাছবিধ থকা গুহাটো সাগৰপৃষ্ঠৰ পৰা ৮৮০ মিটাৰ উচ্চতাত আছে আৰু তাৰ দৈৰ্ঘ্য প্ৰায় ৭ কিলোমিটাৰ। জানিব পৰামতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন আগ শাৰীৰ গৱেষক খুৰ মুখিমে ২০০৮ চনতে চলোৱা এটা অভিযান সময়ত এই অন্ধ মাছবিধ দেখা পায়।

Apply Now

গৱেষক খুৰ মুখিমে কয় যে যদিও এই মাছবিধক কেইবা বছৰো পূৰ্বেই দেখা গৈছিল তথাপি ইয়াৰ বিষয়ে অধ্যয়ন মাত্ৰ কিছু দিনৰ আগেয়ে কৰা হৈছে, কাৰণ মাছবিধ যে এটা নতুন প্ৰজাতিৰ অন্তৰ্গত আৰু সিহঁত অন্ধ এই কথাটো তেওঁ উপলব্ধ বিভিন্ন তথ্যপাতিৰে প্ৰতিপাদন কৰিব লগীয়া হৈছিল।

গৱেষণাৰ বাবে মাছৰ নমুনা গুহাটোৰ প্ৰৱেশপথৰ পৰা প্ৰায় ১,৬০০ ফুটমান ভিতৰলৈ থকা সৰু আকাৰৰ বন্ধ পানীৰ ডোঙাৰ পৰা সংগ্ৰহ কৰা হৈছিল, যাৰ কালি মাত্ৰ কেইমিটাৰমান আৰু প্ৰায় ১-২ মিটাৰ গভীৰতা আছিল। পানীৰ ডোঙাবোৰৰ তলি ঘাইকৈ বালি আৰু সৰু শিলেৰে ভৰা।

গুহাটোৰ ভিতৰত এই প্ৰজাতিটোৰ লগতে বিশেষ প্ৰজাতিৰ কেঁকোৰা, মিছামাছ, মকৰা, উঁইচিৰিঙা, পঁইতাচোৰা, কেৰেলুৱা, সৰু ভেকুলী আৰু সাপ পোৱা গৈছে।

সূত্ৰটোৱে কোৱামতে বিজ্ঞানীসকলে পূৰ্বে এই গুহাটোৰ এটা পথৰ বোকাময় মজিয়াত কেঁটেলাপহুৰ খোজৰ ছাপ আৰু কাঁইট পাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd