• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চতুৰ্থ ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াত ১৭’ৰ অনুৰ্দ্ধৰ বিজয়ী ছাত্ৰৰ ফুটবল দলটোক ওদালগুৰিত উষ্ম আদৰণি

চাজিদ খান by চাজিদ খান
April 8, 2018 9:22 am
Students-Olympic-Soccer-Team-570x320

ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াৰ ফুটবলত স্বৰ্ণ অৰ্জন কৰা ১৭' অনুৰ্দ্ধৰ ছাত্ৰৰ দলটো আহি ওদালগুৰি ৰে'ল ষ্টেশ্যনত উপস্থিত হোৱাৰ মুহূৰ্তত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ এপ্ৰিলত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চতুৰ্থ ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৭’ৰ অনুৰ্দ্ধৰ অসমৰ ল’ৰাৰ ফুটবল দলটোৱে চূড়ান্ত খেলখনত নেপালক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।

শনিবাৰে ওদালগুৰিত এই কথা জানিব দিয়ে দলটোৰ লগত জড়িত এগৰাকী বিষয়া ধানেশ্বৰ বসুমতাৰীয়ে।

Apply Now

ৰাজ্যখনৰ লগতে দেশৰ বাবেও কৃতিত্ব কঢ়িয়াই অনা এই পুটবল দলটোৰ সদস্যসকল আছিল নেপোলিয়ন এন দৈমাৰী, উত্তম দৈমাৰী, আশিক বড়ো, গোপীনাথ ৰাভা, বিকি বাগলাৰী, জুলিয়াছ বাগলাৰী, অভিজিৎ বসুমতাৰী, প্ৰমোদ কুমাৰ দৈমাৰী, প্ৰেয়াৰজিৎ বসুমতাৰী, প্ৰেমানুষ টপ্পো, ইমানুৱেল দৈমাৰী, ইছমাইল দৈমাৰী আৰু প্ৰভুদন ওৰাং।

বিজয়ী দলটো আহি শনিবাৰে ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত উপস্থিত হোৱাৰ পিছতে ওদালগুৰি চহৰৰ ৰাইজে দলটোক উষ্ম আদৰণি জনায়।

ওদালগুৰি মহাবিদ্যালয়য়ৰ অধ্যক্ষ ড০ লিউক দৈমাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ছেমুৱেল দৈমাৰী, জ্যেষ্ঠ সাংবাদিক ৰেৱতী ৰমন সাপকাটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে দলটোৰ সদস্যসকলক ফুলাম গামোচা আৰু আৰণাইৰে আদৰণি জনায়।

উল্লেখযোগ্য যে ভাৰত, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ, বাংলাদেশ, ভূটান আৰু নেপালকে ধৰি এই সাতখন দেশৰ নিৰ্বাচিত ছাত্ৰসকলে নেপালৰ কাঠমাণ্ডুত ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈকে ছাত্ৰ অলিম্পিক সংস্থা, এছিয়াই আয়োজন কৰা ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াত অংশ গ্ৰহণ কৰিছিল।

 

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd