• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰিৰ প্ৰাদেশিকীকৰণকে ধৰি ৮টা দাবীত ডিব্ৰুগড়ত পৌৰকৰ্মীৰ ধৰ্মঘট

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 10, 2018 7:57 pm
Garbage littered at Dibrugarh town due to municipal workers' strike
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম পৌৰকৰ্মী ফেডাৰেশ্যনৰ ডিব্ৰুগড় গোটে যোৱা তিনিদিন ধৰি চলাই অহা ধৰ্মঘট কাৰ্যসূচীৰ ফলত সমগ্ৰ নগৰখনে জাবৰে ভৰি পৰিছে।

উল্লেখযোগ্য যে সংস্থাটোৱে দীৰ্ঘদিন ধৰি তেওঁলোকৰ চাকৰিৰ প্ৰাদেশিকীকৰণৰ দাবী জনাই আহিছে।

Apply Now

তেওঁলোকে ৰাজ্যখনৰ সকলো পৌৰ কৰ্মচাৰীৰ বাবে এটা স্পষ্ট ‘ষ্টাফিং পেটাৰ্ন’ৰ দাবী জনাই অহাৰ লগতে পৌৰ নিগম সমূহত মাষ্টাৰ-ৰোল, ফিক্সড পে’ আৰু ঠিকাভিত্তিক থকা সকলো কৰ্মচাৰীৰে নিযুক্তি নিয়মিয়াকৰণ কৰা দাবী জনাই আহিছে।

ডিব্ৰুগড় পৌৰসভাৰ এজন কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাওক জনাই, ‘১৮ মাহ ধৰি দৰ্মহা পোৱা নায়। চৰকাৰে আমাৰ চাকৰি নিয়মিয়া কৰাৰ লগতে সকলো বকেয়া ধন মুকলি কৰি দিব বুলি প্ৰতিশ্ৰুতি দি আহিছে যদিও আমি কিন্তু একো পোৱা নায়।’

উল্লেখযোগ্য যে ডিব্ৰুগড় পৌৰসভাৰ চাফাই কৰ্মীকে ধৰি সকলো কৰ্মচাৰীয়ে বুধবাৰৰ পৰা নিজ দায়িত্বৰ পৰা বিৰত আছে। ফলত গোটেই নগৰখনতে জাবৰে ভৰি পৰি পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে।

ডিব্ৰুগড় নগৰৰ জ্যেষ্ঠ নাগৰিক হৰিপ্ৰসাদ খাউণ্ডে কয়, ‘গোটেই নগৰখনে জাবৰে ভৰি পৰিছে, আনকি ডাষ্টবিন সমূহটো জাবৰে নধৰা হৈছে। য’তে ত’তে জাবৰ পৰি থকাৰ ফলত নগৰখন অতি কদৰ্য দেখা হৈছে। চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লোৱা লগতে ইয়াক অতি শীঘ্ৰে মীমাংসা কৰা উচিত।’
সংস্থাটোৱে জনোৱা অনুসৰি তেওঁলোকৰ ৮টা দাবীৰ এটা হৈছে ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত পূৰ্বৰ চৰকাৰৰ দিনত লোৱা কেবিনেট সিদ্ধান্তৰ ভিত্তিত পৌৰকৰ্মী সকলৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা।

চৰকাৰক ভাবুকি জনাই এজন পৌৰকৰ্মীয়ে কয়, ‘যদিহে সোমবাৰৰ ভিতৰত চৰকাৰে আমাৰ দাবী মানি নলয় তেন্তে আমি আমাৰ ধৰ্মঘট অনিৰ্দিষ্ট কাললৈ চলাই যাম।’

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd