• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিপাঝাৰৰ চৰ অঞ্চল বেদখলমুক্ত কৰাৰ দাবী প্ৰব্ৰজন বিৰোধী মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2018 7:13 pm
চিপাঝাৰৰ চৰৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তিনি সংগঠনৰ যৌথ সংবাদমেল

চিপাঝাৰৰ চৰৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তিনি সংগঠনৰ যৌথ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিপাঝাৰৰ কুৰুৱা অঞ্চলৰ থলুৱা বাসিন্দাসকলৰ ওপৰত অবৈধ বেদখলকাৰী সকলে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আজি প্ৰবজন বিৰোধী মঞ্চ, সংগ্ৰামী সতীৰ্থ সন্মিলন আৰু দক্ষিণ-পশ্চিম গোৱাল সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে।

সংগ্ৰামী সতীৰ্থ সন্মিলনৰ সভাপতি ৰমেশ বৰুৱাই কৰা অভিযোগ অনুসৰি ২০১৭ চনৰ ২১ নবেম্বৰৰ দিনা কুৰুৱা অঞ্চলৰ নিবাসী আনন্দ দাস নামৰ লোকজন নিজৰ মাটিৰ ধান চপাবলৈ যোৱা সময়তে অবৈধ বেদখলকাৰীৰ হত্যাৰ বলি হয়। আনহাতে এয়া এক উদাহৰণ বুলি কৈ এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা অবৈধ বেদখলকাৰী সকলে বহু দিন ধৰি চলাই অহাৰ অভিযোগ তোলে সংগঠনকেইটাৰ নেতৃবৃন্দই। ইয়াৰ উপৰি বহুদিন ধৰি অবৈধভাৱে চৰকাৰী মাটি দখল কৰি অহা অবৈধ বাসিন্দাসকলে গৰুৰ চোৰাং বেহা চলাই অহাৰ এক অভিযোগো তেওঁলোকে উত্থাপন কৰে।

Apply Now

জানিব পৰা মতে কুৰুৱা অঞ্চলৰ বাসিন্দাসকলে এই অবৈধ বেদখলকাৰীয়ে চলাই অহা অত্যাচাৰৰ বিষয়ে আৰক্ষীৰ ওচৰত অবগত কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আনহাতে সংগঠন কেইটাৰ নেতৃবৰ্গই অবৈধ বিদেশী সকলক চৰ অঞ্চলত থাকিব দিয়াটো বিজেপি চৰকাৰৰ এক চক্ৰান্ত বুলি উল্লেখ কৰি কয় যে ‘’বাংলাদেশী মূলৰ মানুহক আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিবৰ বাবে বাজনাপথাৰৰ একাংশ বিজেপি কৰ্মী উঠি-পৰি লাগিছে। এইবোৰ কথাৰ বিৰোধিতা কৰা বাবে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমণ্যু হাজৰিকা আৰু প্ৰচাৰ আহ্বায়ক আকাশ কলিতাৰ লগতে দক্ষিণ-পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্য ৰাজবংশীৰ বিৰুদ্ধে বিনা কাৰণত বেদখল কাৰীৰ লগ হৈ বিজেপি দলৰ কৰ্মকৰ্তাই ডকাইতিকে ধৰি অন্যান্য বহুতো গোচৰ তৰিছে’’।

সংগঠনকেইটাৰ সদস্যবৃন্দই সাংবাদিকক জনোৱা অনুসৰি ‘’অসম ভূমি বেদখল আইন ২০১০’’ ৰ অধীনত অবৈধ বেদখলকাৰী সকলৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা ল’বলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। ইয়াৰ বিপৰীতে ছিপাঝাৰৰ সমগ্ৰ চৰ অঞ্চল বাংলাদেশলৈ গৰুৰ চোৰাং বেহাকে ধৰি অন্যন্য অপৰাধৰ ঘাটিলৈ পৰিণত হোৱা বুলিও তেওঁলোকে উক্ত সংবাদমেলত সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd