• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰাইদেউত থকা মৈদামবোৰৰ জৰাজীৰ্ণ ৰূপ

দেৱজিৎ গগৈ by দেৱজিৎ গগৈ
December 2, 2017 7:48 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যু-কা-ফাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্র অসমবাসীয়ে ১৯৯৬ চনৰ পৰা ‘অসম দিৱস’ বা চ্যু-কা-ফা দিৱস হিচাপে পালন কৰি আহিছে। অসম চৰাকাৰেও এই দিৱসটোক স্বীকৃতি দিয়াই নহয়, চ্যু-কা-ফাৰ নামত বঁটাও প্ৰচলন কৰিছে। কিন্তু তাৰ পাছতো ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ চৰাইদেউৰ মৈদামবোৰৰ জৰাজীৰ্ণ ৰূপে বহুতকে হতাশ কৰিছে। অসম তথা কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ চৰম অমনোযোগিতা বাবেই ক্ৰমাৎ সময়ৰ বুকুত বিলীন হৈ যাবলৈ ওলাইছে আহোম ৰাজত্ত্ব কালৰ ঐতিহ্য বহন কৰি থকা আহোম স্বৰ্গদেউসকলৰ মৈদামকেইটা। প্ৰবল প্ৰতাপী স্বৰ্গদেউ শিৱসিংহ মৈদাম পুৰাতত্ত্ব বিভাগে খন্দাৰ পিছত দুটা দশক ধৰি তেনেকৈয়ে পেলাই থৈছে । প্ৰায় পাঁচশ বিঘা মাটিত বিস্তৃত হৈ থকা চৰাইদেউৰ এই সমাধিস্হলত বৰ্তমান ৪২টা সৰু বৰ মৈদাম অৱস্থিত। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কালৰ অৱসান ঘটাৰ পাছৰে পৰা কেইদশক মান পূৰ্বলৈকে চৰাইদেউৰ এই বৃহৎ অঞ্চলত থকা মৈদাম বোৰ হাবি- জংঘলেৰে আৱৰি আছিল। বহু বছৰ এনেদৰে অৱহেলিত হৈ থকাত এই মৈদাম সমূহ আশীৰ দশকৰ আৰম্ভণিতে স্থানীয় সমাজৰ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত আৰু বিভিন্ন দল-সংগঠনৰ দাবীত অসম চৰকাৰৰ পুৰাতত্ত্ব আৰু পৰ্যটন বিভাগৰ উদ্যোগত সংৰক্ষণ ব্যৱস্থা কৰা হয় । ৯০  দশকৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰাইদেউ মৈদাম সমূহক ৰাষ্ট্ৰীয় সংৰক্ষিত ৰ্কীতিচিহ্ন হিচাপে ঘোষণা কৰে আৰু ইয়াত থকা চাৰিটা মৈদাম সংৰক্ষণৰ দায়িত্ব পুৰাতত্ত্ব বিভাগে গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বিভাগটোৱে আহোম ৰাজত্বকালৰ মৈদাম দিয়া প্ৰথাটোৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ তত্বাধাৱনত থকা আহোম স্বৰ্গদেউ শিৱ সিংহৰ বুলি ধাৰণা কৰা মৈদামটোৰ খনন কাৰ্য আৰম্ভ কৰে। ২০০৩ চনৰ ১২ মাৰ্চ পৰ্যন্ত বিভাগটোৱে খনন কাৰ্য অব্যাহত ৰাখে । জানিব পৰা মতে এই খননত মৈদামটোৰ ভিতৰত প্ৰায় ৫০ ফুট উচ্চতাৰ এটা মন্দিৰ আকৃতিৰ পকীঘৰ উদ্ধাৰ হয় । লগতে কেইবাটাও লাওখোলা, সোণৰ মূল্যৱান সামগ্ৰী উদ্ধাৰ হয়। খননত উদ্ধাৰ হোৱা এই সামগ্ৰী সমূহ চৰাইদেউ মৈদামৰ প্ৰাংগণত থকা যাদুঘৰত সংৰক্ষণ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছিল যদিও আজিলৈকে কিন্তু সংৰক্ষণ কৰা পৰিলক্ষিত নহ’ল।

Apply Now
দেৱজিৎ গগৈ

দেৱজিৎ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd