• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাবৰ বাবে নীতি গ্ৰহণৰ পৰিকল্পনা মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 9:14 pm
Meghalaya-CM-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলিবলৈ এক সহাৱস্থানমূলক নীতি গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। এই কথা জনাইছে মুখ্য মন্ত্ৰী কনৰাড চাংমাই।

উল্লেখযোগ্য যে যোৱা ৩০ মাৰ্চত ৰাজ্যখনৰ পশ্চিম খাচি পাহাৰ জিলাৰ লগতে আন কেইবা ঠাইতো ধাৰাসাৰ শিলাবৃষ্টিয়ে বহু ক্ষয়ক্ষতি সাধন কৰিছিল।

Apply Now

শনিবাৰে প্ৰধান সচিবালয়ৰ এখন আলোচনাচক্ৰত সভাপতিত্ব কৰি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই কথা অৱগত কৰিছে।

জানিব পৰা মতে, মেঘালয়ৰ ৪খন জিলাৰ ৫০খনৰো অধিক গাৱঁৰ বহু লোক যোৱা ৩০ মাৰ্চৰ শিলাবৃষ্টি আৰু ধুমুহাৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে।

ক্ষতিগ্ৰস্ত জিলাকেইখনৰ ভিতৰত আছে পশ্চিম জয়ন্তীয়া পাহাৰ, পশ্চিম খাচি পাহাৰ, পূব গাৰো পাহাৰ আৰু উত্তৰ গাৰো পাহাৰ।

আলোচনাৰ সময়ত মুখ্য সচিব ৱাই ছেৰিং, দুৰ্যোগ ব্যৱস্থাপনাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব পি ডব্লিউ ইংতি আৰু অন্যন্য বিষয়াসহ ৰাজহ আৰু দুৰ্যোগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কিৰমেন ছেলা আৰু অন্যন্য মন্ত্ৰীসকলো উপস্থিত আছিল।

দুৰ্যোগ পীড়িত লোকসকলৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী চাংমাই কয় যে ক্ষতিগ্ৰস্ত হোৱা ঘৰ, শস্য, পশুধন আদিৰ বাবত চৰকাৰৰ পৰা দিব লগীয়া ক্ষতিপূৰণৰ ধন সম্পৰ্কত বিতং মূল্যায়ন কৰা হৈছে। লগতে ক্ষতিগ্ৰস্ত লোকসকলক সৰ্বাধিক সাহায্য প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে।

’প্ৰভাৱিত লোকসকলক সাময়িকভাৱে সকাহ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে’ -মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, দুৰ্যোগ প্ৰভাৱিত পৰিয়ালসমূহলৈ নিজৰ ঘৰতে আশ্ৰয় ল’ব পৰাকৈ বিভিন্ন সাহায্য সামগ্ৰী, যেনে- টাৰ্প’লিন আদি তাৎক্ষণিকভাৱে প্ৰেৰণ কৰাত আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহো যোগান ধৰাৰ ফলত কোনো সাহায্য শিবিৰ স্থাপন কৰাৰ প্ৰয়োজন হোৱা নাই। বিধায়কসকলে নিজৰ নিজৰ সমষ্টিৰ ভিতৰত আক্ৰান্ত অঞ্চলবোৰত সহায় কৰাৰ চেষ্টা কৰি আছে বুলিও মুখ্য মন্ত্ৰীজনে জানিবলৈ দিয়ে।

আনহাতে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰাকৈ কিছুমান কাৰ্য্য ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

‘আমি খাপ খাব পৰা নীতি গ্ৰহণ কৰিবলৈ বিষয়টো আলোচনাৰ বাবে বহিব লাগিব।‘ তেওঁ কয়।

বতৰ পৰিৱৰ্তনৰ বিষয়টোত চৰকাৰে খাপখোৱা ধৰণৰ নীতিৰ লগতে হ্ৰাসকৰণ নীতি গ্ৰহণ কৰা দৰকাৰ আছে।

তেওঁ বতৰ পৰিৱৰ্তনৰ সৈতে গ্ৰীন হাউছ গেছ নিৰ্গমণ, গোলকীয় উষ্ণতা বৃদ্ধি, অৰণ্য ধ্বংস আদিক আঙুলিয়াই দিয়ে। তেওঁ ৰাজ্যখনৰ প্ৰতিজন নাগৰিককে গছপুলি ৰোপণ কৰি তাক নিজৰ দৰে লালন-পালন কৰাৰ বাবে উৎসাহ দিয়াৰ মাই লাইফ মাই ট্ৰী নামৰ আঁচনি গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd