• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌত গৰু চোৰ চক্ৰৰ তাণ্ডৱ অব্যাহত, ইণ্ডিকাত ওলাল চুৰি গৰু

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 11, 2018 11:20 am
FB_IMG_1526013236094
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ডিমৌত বহুদিনৰ পৰা এটা গৰু চোৰ চক্ৰই আতংকৰ সৃষ্টি কৰি আহিছিল। কিন্তু যোৱা নিশা ১২ বজাত হঠাৎ এখন ইণ্ডিকা গাড়ী খালত সোমোৱাৰ লগে লগে ডিমৌৰ চুকাফা নগৰত হুৱাদুৱাৰ সৃষ্টি হয় আৰু উদ্ধাৰ হয় তিনিটাকৈ চুৰি গৰু।

জানিব পৰা মতে AS-01BE-0740 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিকা ভিছ্টা বাহনত অহা চাৰিটা গৰু চোৰে নিশা প্ৰায় ১২ বজাত ডিমৌৰ চুকাফা নগৰৰ পৰা তিনিটাকৈ গৰু চুৰ কৰি গাড়ী খনত ভৰাই লয়। কিন্তু দুৰ্ভাগ‍্যক্ৰমে এই গৰুভৰ্তি এই বাহনখন এটা খালত পৰি লাগি ধৰে।

Apply Now

গাড়ীখন খালৰ পৰা উঠাবলৈ চেষ্টা কৰি থাকোতেই গাড়ীৰ শব্দত ওচৰ পাজৰৰ মানুহ সাৰ পাই ওলাই আহে। মানুহবোৰক দেখি চোৰকেইটাই ওচৰৰ বাগানৰ ফালে লৰ মাৰি পলায়ন কৰে‌।

স্থানীয় ৰাইজে লগে লগে ডিমৌ আৰক্ষী চকীলৈ খৱৰ দিয়ে আৰু আৰক্ষীয়ে ইণ্ডিকা গাড়ী খন জব্দ কৰে। গাড়ীখন পঞ্জীয়নৰ পৰা সেইখন কামৰূপৰ ৰাজেশ কুমাৰ সিঙৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে বহু সময় চোৰ কেইটাক বিচাৰে যদিও এটাকো আটক কৰিবলৈ সক্ষম নহ’ল। স্থানীয় ৰাইজৰ মতে দীৰ্ঘদিন ধৰি এটা বৃহৎ চক্ৰই ডিমৌৰ বিভিন্ন অঞ্চলত এনেদৰে গৰু চুৰি কাৰ্য সংঘটিত কৰি আহিছে। গৰু চোৰে এনেদৰে যাত্ৰীবাহী বাহনত উঠাই অতি কৌশলেৰে জনবসতি এলেকাৰ মাজেৰে গৰু পাৰ কৰি নিয়ে।  ঘটনাটোৱে আজি অঞ্চলটোৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইয়াৰ আগতেও ডিমৌৰ বিভিন্ন অঞ্চলৰ পৰা এনেদৰে গাড়ীত গৰু উঠাই লৈ যোৱা বহুজনে প্ৰত‍্যক্ষ কৰিছে। ডিমৌ চুকাফা নগৰৰ স্থানীয় নিবাসী সকলৰ মতে সদায় ৰাতি উক্ত ৰাস্তাটোৱেদি বিভিন্ন ধৰণৰ বেআইনী কাম সংঘটিত হৈ আহিছে। চুকাফা নগৰৰ পথত এটা আৰক্ষী চেক প’ষ্ট বহুৱাবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

July 11, 2026 2:52 pm
১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

July 11, 2026 1:17 pm
ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

নিৰ্বাচনত টিকট নাপাই বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ অনুগামীৰ তাণ্ডৱ; পথ অৱৰোধ, আৰক্ষীৰ সৈতে সংঘৰ্ষ

July 11, 2026 2:52 pm
১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

July 11, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd