• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ মুৰব্বী

ছফিক আহমেদ by ছফিক আহমেদ
December 7, 2017 1:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব বৰ্তমান উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা। সংযোগী নথি হিচাপে পঞ্চায়তৰ নথিৰ বৈধতা আছে বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছত এই প্ৰক্ৰিয়াটোত এতিয়া বৰ বিশেষ জঁট নথকাৰ দৰে হৈছে। গতিকে খচৰ প্ৰকাশ কৰাৰ সময় আৰু পিছুওৱাৰ কোনো অজুহাত নাই বুলিব পাৰি। কিন্তু খচৰা প্ৰকাশ কৰাৰ সময়ত অসমৰ ঠাই বিশেষে কিছুমান অনাকাংক্ষিত তথা আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা বিভিন্ন পক্ষই ব্যক্ত কৰিছে। এনে পৰিপ্ৰেক্ষিতত দেশৰ অভ্যন্তৰীণ চোৰাংচোৱা বিভাগ, অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী ৰাজীৱ জৈনক পৰিস্থিতিৰ আগতীয়া বুজ ল’বলৈ অসমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে। সংবাদ মাধ্যমৰ হাতত পৰা তথ্য অনুসৰি অহা  ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ অসমত উপস্থিত হ’বহি। এই ভ্ৰমণকালত তেওঁ অসমৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব। ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্রীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেওঁ এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰণকৌশল যুগুতোৱাৰ কথা। ইফালে, চোৰাংচোৱা বিভাগটোৰ মুৰব্বী গৰাকীয়ে ভ্ৰমণৰ পূর্বে অসম আৰক্ষীৰ পৰা কেতবোৰ বিশেষ তথ্য বিচাৰি জৰুৰী নির্দেশনা প্ৰেৰণ কৰিছে। স্পর্শকাতৰ হৈ পৰা অঞ্চলসমূহৰ লগতে ধৰ্মীয় সংখ্যালঘু প্ৰধান জিলাসমূহৰ মানচিত্ৰ আৰু জনগাঁথনিৰ সবিশেষ তথ্য, সন্দেহজনক সংগঠন,নাগৰিকৰ গতিবিধি আদি সন্দৰ্ভত বিস্তৃত প্রতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকক নির্দেশনা দিয়া হৈছে। এই নির্দেশ পোৱাৰ পাছতে সংশ্লিষ্ট আৰক্ষী অধীক্ষকসকল তৎপৰ হৈ উঠিছে বুলি জানিব পৰা গৈছে।

Apply Now
ছফিক আহমেদ

ছফিক আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd