• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

দুবিধ বিদেশী উদ্যান শস্যৰ খেতিয়ে পৰিৱৰ্তন আনিব পাৰে মণিপুৰৰ ঝুম খেতিৰ সমস্যালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 8:58 pm
Quinoa_Cultivation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰীক্ষামূলকভাৱে কৰা দক্ষিণ আমেৰিকা মূলৰ দুবিধ শস্যৰ খেতিয়ে সলনি কৰি দিব পাৰে মণিপুৰৰ কৃষি, অৰ্থনীতি, বনাঞ্চল হ্ৰাসৰ দৰে কেইবাটাও সমস্যাৰ সাম্প্ৰতিক অৱস্থান।

‘কুইন’ৱা’ (Quinoa) আৰু ‘চিয়া’ (Chia) নামৰ এই দুবিধ শস্যৰ খেতি কৰা হৈছে ৰাজ্যখনৰ মুঠ ১৫টা স্থানত। ৰাজ্যখনৰ উদ্যান শস্য (horticulture) বিভাগৰ বিষয়াৰ মতে এই শস্য দুবিধে ঝুম খেতিৰ (shifting cultivation) লগতে অবৈধ আফিং খেতিয়ে ৰাজ্যখনত সৃষ্টি কৰা সমস্যাত এটা সমাধানৰ উপায় দিব পাৰে, যদিহে এই পৰীক্ষামূলক খেতি সফল হয়।

Apply Now

জানিব পৰা মতে ‘কুইন’ৱা’ (Quinoa) নামৰ এই সপুষ্পক উদ্ভিদৰ গুটিবোৰ খাব পাৰি। ই ৰাজ্যখনত খাদ্যৰ সুৰক্ষা, পৰিপুষ্টি আৰু দৰিদ্ৰতা নিৰ্মূলত ডাঙৰ ভূমিকা ল’ব পাৰে। বিষয়াসকলে জনোৱা মতে ভাৰতৰ বজাৰত ইয়াৰ প্ৰতি কেজিৰ মূল্য ৫০০ টকাৰ পৰা ১০০০ টকাৰ ভিতৰত।

আনহাতে চিয়াত আছে অ’মেগা-থ্ৰী ফেটি এচিড। বজাৰত ইয়াৰ প্ৰতি কেজিৰ মূল্য প্ৰায় ১০০০ ৰ পৰা ২০০০ টকা।

বিষয়াকেইজনে জনোৱা মতে কুইন’ৱাৰ পৰীক্ষামূলক খেতিৰ পৰা প্ৰতি হেক্টৰত ১৫ লাখ টকা মূল্যৰ শস্য আশা কৰা গৈছে। আনহাতে চিয়াৰ খেতিৰ পৰা প্ৰতি হেক্টৰত ১০ লাখ টকাৰ শস্য উৎপাদন আশা কৰা গৈছে।

বিষয়াসকলে জনোৱা মতে এই শস্যকেইবিধ পাহাৰৰ হেলনীয়া ঠাইতো আৰু মাটিডোখৰৰ বিশেষ চহ নকৰাকৈয়ে খেতি কৰিব পাৰি। ইয়াৰ ফলত ঝুম খেতিৰ সমস্যাটোও কিছু পৰিমাণে সমাধা হোৱাৰ সম্ভাৱনা আছে।

এই আটাইবোৰ দিশ বিবেচনা কৰি ৰাজ্যখনৰ পাহাৰীয়া জিলাকেইখনৰ ১৫টা স্থানত  শস্য দুবিধৰ খেতি বৰ্তমান পৰীক্ষামূলকভাৱে কৰা হৈছে। জানিব পৰামতে এই খেতি উত্তৰ-পূব পৰিষদৰ পুঁজিৰে আৰম্ভ কৰা প্ৰমোশ্যন অব ইনট্ৰিগেটেড হৰ্টিকালচাৰ ফাৰ্মিং ছিষ্টেম ইন শ্বিফটিং কালটিভেইশ্যন এৰিয়াজ অব মণিপুৰ নামৰ প্ৰকল্পৰ অধীনত কৰা হৈছে।

বিষয়াকেইজনে জনোৱা মতে ঝুম পদ্ধতিৰ খেতি আৰু অবৈধ আফিং খেতি হ’ল ৰাজ্যখনৰ দুটা প্ৰধান সমস্যা। বন, পৰিৱেশ, উদ্যান শস্য, কৃষি আৰু গৃহ বিভাগকে ধৰি চৰকাৰী বিভাগসমূহে এই সমস্যা দুটা সমাধান কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে। কিন্তু সমাধা কৰাৰ ক্ষেত্ৰত এতিয়াও দূৰতে ৰৈ গৈছে।

উল্লেখযোগ্য যে অলপতে চৰকাৰী সূত্ৰত প্ৰকাশ পাইছিল যে ঝুম খেতিৰ বাবে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বনাঞ্চল হ্ৰাস পাইছে। জানিব পৰামতে মণিপুৰত প্ৰায় ৭০ হাজাৰটা পৰিয়াল (ইয়াৰে ৮০ শতাংশ জনজাতীয় লোক) ঝুমখেতিৰ সৈতে জড়িত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd