• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙত সংঘৰ্ষত আহত সেনা বিষয়াৰ লগতে দুই সন্দেহজনক এন ডি এফ বিৰ সদস্য

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
March 25, 2018 6:05 pm
সেনাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশা দৰং জিলাৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰঝাৰ গাঁৱত হোৱা এটা সংঘৰ্ষত সেনাৰ এজন বিষয়া আৰু দুজন   সন্দেহজনক এন ডি এফ বি সদস্য আহত হয়। আহত সেনা বিষয়াজন কেপ্টেইন এ প্ৰভাকৰ বুলি জানিব পৰা গৈছে।

দৰং আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সেনাৰ এটা তহলদাৰী দলে উক্ত অঞ্চলটোত সেইদিনা নিশা তিনিজন ব্যক্তিক সন্দেহজনকভাৱে ঘূৰা-ঘূৰি কৰি থকা দেখা পায়। ফলত সেনাৰ দলটোৱে ব্যক্তি কেইজনক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও ব্যক্তি কেইজন নোৰোৱাত সেনাৰ দলটোৱে গুলী চালনা কৰে।

Apply Now

ইফালে কেপ্টেইন প্ৰভাকৰৰ নেতৃত্বত সেনাৰ দলটোৱে তাৎক্ষনিকভাৱে গাড়ীৰ পৰা নামি আহি ব্যক্তি কেইজনক ধৰিবলৈ চেষ্টা কৰে। ফলত সেনাৰ দলটো আৰু সন্দেহজনক ব্যক্তি কেইজনৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে এজনে সেনা বিষয়া প্ৰভাকৰক চোকা অস্ত্ৰৰে আঘাত কৰি পলাই যাবলৈ সক্ষম হয়। অৱশ্যে ইয়াৰে বাকী দুজনক সেনাৰ দলটোৱে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আনহাতে কেপ্টেইন প্ৰভাকৰে দুৰ্বৃত্তৰ আক্ৰমণত বাওঁ হাতত আঘাত পায় বুলি জানিব পৰা গৈছে।

আটকাধীন ব্যক্তি কেইজন ওদালগুৰি জিলাৰ পূব খাছিয়াবাৰী গাঁৱৰ নিৱাসী মাৰকাশ বসুমতাৰী(৩২) আৰু আনজন একে জিলাৰে ফাচিয়া গাঁৱৰ নিৱাসী সিমন বাগলাৰী(৪৫) বুলি সেনা দলটোৱে চিনাক্ত কৰিছে।

ধৃত ব্যক্তি কেইজনৰ পৰা সেনাই দুটা দেশীয় ৰাইফল, এখন চোকা খুকুৰি আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

আনহাতে আঘাতপ্ৰাপ্ত সেনা বিষয়া কেপ্টেইন প্ৰভাকৰক জি এম চি এইচত ভৰ্তি কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত সন্দেহজনক এন এফ বিৰ সদস্য কেইজনক মঙলদৈৰ অসামৰিক হাস্পাতালত ভৰ্তি কৰোৱা হয়।

ইফালে আৰক্ষীয়ে বৰ্তমানলৈকে ধৃত লোক কেইজন এন ডি এফ বিৰ সৈতে জড়িত হয় নে নহয় এই ক্ষেত্ৰত কোনো নিশ্চয়তা প্ৰদান কৰিব পৰা নাই।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd