• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথত অগপৰ শীৰ্ষ নেতৃত্বৰ শংখনাদ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 27, 2018 9:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একেলগে ডিব্ৰুগড়ৰ ৰাজপথত থিয় হ’ল অগপৰ শীৰ্ষ নেতৃত্ব। ডিব্ৰুগড়ৰ পুৰণা চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ওলিওৱা বৃহৎ প্ৰতিবাদী সমদলটোত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশব মহন্ত, ফনি ভুষণ চৌধুৰী, বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতা, হিৰণ্য কোঁৱৰৰ লগতে কেইবাগৰাকী অগপ বিধায়কে অংশ গ্ৰহণ কৰে।

সমাবেশত বিজেপিক কঠোৰ সমালোচনা কৰি প্ৰফুল্ল মহন্তই কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে বিজেপিয়ে অসমৰ সমাজ জীৱন ধ্বংস কৰাৰ কূট কৌশল ৰচিছে।

Apply Now

তেওঁ কয়, ‘বাংলাদেশত বহু হিন্দুলোকে বহু বছৰ ধৰি বাস কৰি আছে আৰু তেওঁলোকে তাত দুৰ্গা পুজাও উদযাপন কৰি আহিছে, তেনেস্থলত বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কি কাৰণ আছে?’

‘অসমৰ খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ এই বিধেয়কখনৰ আমি তীব্ৰ বিৰোধিতা কৰো আৰু ইয়াক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ বিজেপিক দাবী জনাইছো।‘ তেওঁ কয়।

Dibrugarh- AGP Sankhanaad programme (7)

 

আনহাতে কৃষি মন্ত্ৰী অতুল বৰাই কয়, ‘অসম চুক্তিক উলংঘা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক আমি বিৰোধিতা কৰো। নিৰ্বাচনৰ পুৰ্বে বিধেয়কখনকলৈ বিজেপিৰ সৈতে আমাৰ বুজাবুজি আছিল কিন্তু এতিয়া তেওঁলোকে বিধেয়কখনৰ সমৰ্থন কৰিছে। আমি বিজেপিৰ মিত্ৰজোঁটত আছো যদিও জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি যাম।‘

তেওঁ লগতে কয়, ‘অসম চুক্তি অনুসৰি ২৪ মাৰ্চ ১৯৭১ চনৰ পিছত অসমত প্ৰৱেশ কৰা যিকোনো লোককে অবৈধ বিদেশী হিচাপে গণ্য কৰা উচিত, লাগিলে তেওঁ যি ধৰ্মৰে নহওক কিয়।‘

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিধেয়কখনৰ বিৰোধিতা কৰি কয়, ‘বিজেপি শাসনাধিস্থ কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক অসমলৈ অনাৰ পৰিকল্পনা কৰি আছে যিটো অসমৰ খিলঞ্জীয়া লোকৰ বাবে এক ভাবুকি।’

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন প্লে’কাৰ্ড আৰু বেনাৰ লৈ নগৰখনৰ মুখ্য পথসমূহৰ মাজেৰে সমদল উলিয়াই চৌকিডিঙি খেলপথাৰত সমবেত হয়। বিধেকখন প্ৰত্যাহাৰৰ দাবীত বিভিন্ন শ্ল’গানেৰে তেওঁলোকে পৰিৱেশ উত্তাল কৰি তোলে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd