• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ‘সংসদ যাত্ৰা’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 6, 2018 9:55 pm
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ‘সংসদ যাত্ৰা’ কাৰ্যসূচী। ফটো : য়ু বি।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ‘সংসদ যাত্ৰা’ কাৰ্যসূচী। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ জৰিয়তে হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচৰে কাৰ্যৰ অসমত প্ৰৱল বিৰোধিতা চলি থকাৰ সময়তে আজি দেশৰ ৰাজধানী নতুন দিল্লীত এই বিধেয়ক বাতিলৰ দাবীত ‘সংসদ যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমৰ পৰা যোৱা দলটোৱে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এই কাৰ্যসূচী গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে ঐতিহাসিক অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ণৰ দাবী কৰে।

Apply Now

সংগঠনটোৱে যন্তৰ-মন্তৰৰ পৰা সংসদ ভৱন অভিমুখে এটা সমদল উলিয়ায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত পুনৰ যন্তৰ-মন্তৰতেই অৱস্থান কৰে।

অৱস্থান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ‘অসম চুক্তি’ৰ পৰিপন্থী। এই বিধেয়কক অসমৰ জনসাধাৰণৰ বাবে প্ৰত্যাহ্বান আখ্যা দি তেওঁ কয় যে বিধেয়ক গৃহীত হ’লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাটো ধুৰূপ।

এই বিধেয়কে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰকো উলংঘা কৰিব বুলিও মহন্তই প্ৰকাশ কৰে।

এই কাৰ্যসূচীত উপস্থিত থাকে অসম আন্দোলনৰ নেতা তথা অসম চুক্তি স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে ধৰি অসমৰ কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু অসম আন্দোলনৰ কেইবাজনো নেতাই।

ইয়াৰ উপৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম উকীল সন্থা, অসম এছ’চিয়েশ্যন, বৰাক ভেলি উন্নয়ন পৰিষদ, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন সমিতি, অসম সাহিত্য সভা, খিলঞ্জীয়া ঐক্যমঞ্চ, অসম যুৱ ছাত্ৰ পৰিষদ, দিল্লীবাসী অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দল-সংগঠন আৰু ভালে সংখ্যক লোকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd