• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিধান সভাৰ জৰুৰী অধিৱেশন আহ্বানৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 10:39 pm
protest against citizenship bill in assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাওঁ গণতান্ত্ৰিক দলৰ উমৈহতীয়া মঞ্চ ‘বাওঁ গণতান্ত্ৰিক মঞ্চ, অসম’ৰ সৈতে যৌথভাৱে আন্দোলন চলোৱাৰ বাবে আজি ১৭ মে’ত ঐক্যবদ্ধ হৈছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ। গুৱাহাটীৰ এন চি পি দলৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক বৈঠকত বিধেয়কখনক ‘সংবিধান বিৰোধী, সাম্প্ৰদায়িক আৰু জাতিধ্বংসী’ বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে দুয়োটা মঞ্চই।

অহা ২৯ মে’ত গুৱাহাটীত দুয়োটা সংগঠনে যৌথভাৱে এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত কৰিব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে। ‘জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বিধান সভাৰ জৰুৰী অধিৱেশন অনুষ্ঠিত কৰিবলৈ মুখ্য মন্ত্ৰী আৰু বিৰোধী দলপতিলৈ পত্ৰ প্ৰেৰণ’ কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

‘অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হ’ব লাগে’ বুলি দুয়োখন মঞ্চই স্পষ্ট মত ব্যক্ত কৰে।

বৈঠকত অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ লগতে সামগ্ৰিকভাৱে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয়তা ৰক্ষা আৰু ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰখাৰ স্বাৰ্থত সৰ্বস্তৰৰ জনগণক ঐক্যবদ্ধ কৰি বিধেয়খনৰ বিৰুদ্ধে বুজাবুজিৰে কাম কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

‘এই বিধেয়কখন আইনত পৰিণত কৰি ভাৰতক এখন ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে গঢ়ি তুলিবলৈ বিজেপি আৰু আৰ এচ এচ-এ ষড়যন্ত্ৰ’ কৰা বুলি অভিযোগ কৰি মঞ্চই ‘অসমৰ ৰাইজক এই ষড়যন্ত্ৰত ভোল নাযাবলৈ আহ্বান জনায়’।

লগতে ৰাজ্যৰ বিভিন্ন ভাষা-ভাষী আৰু সম্প্ৰদায়ৰ মাজৰ ঐক্য-শান্তি বিনষ্ট কৰিব পৰা শক্তিসমূহক প্ৰতিহত কৰিবলৈ ৰাইজক আহ্বান জনায়।

বৈঠকত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ ড: হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী, হৰেকৃষ্ণ ডেকা আৰু বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্ধৱ বৰ্মন, ৰমনী বৰ্মন, দেৱেন ভট্টাচাৰ্য, মুনিন মহন্ত প্ৰমুখ্যে ১১টা বাওঁ ৰাজনৈতিক দলৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd