• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক (২০১৬)ৰ বিৰোধিতা তেজপুৰৰ সাংবাদিক সন্থাৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 22, 2018 9:24 pm
Ciitizenship ammendment bill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰৰ কোৰ্ট চাৰিআলিৰ ওচৰত আজি তেজপুৰৰ সাংবাদিক সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি নাগৰিকত্ব (সংশোধনী)বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তেওংলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এঘণ্টাজোৰা এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিছিল উত্তৰ পাৰৰ আগশাৰীৰ সাংবাদিকসকলৰ সংস্থা ‘শোণিতপুৰ সাংবাদিক সংস্থা’ই। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সাংবাদিক সন্থাসমূহ আছিল সদৌ অসম সাংবাদিক সন্থা, ৰঙাপৰা প্ৰেছ ক্লাব, বালিপাৰা প্ৰেছ ক্লাব আৰু নাদৱৰ প্ৰেছ ক্লাব। এই প্ৰিবাদী কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ উচৰত স্মাৰকপত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰ পৰৱৰ্তী সময়ত যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰা হ’ব।

Apply Now

প্ৰতিবাদকাৰীসকলে এই বিধেয়কখনক খিলঞ্জীয়া লোকৰ গোষ্ঠীগত বিশেষত্ব, ভাষা, সংস্কৃতিৰ বিনাশক আখ্যা দিছে আৰু কৈছে যে ৰাজ্যখনে আৰু অধিক বিদেশীৰ বোজা আৰু বহন কৰিব নোৱাৰে।

শোণিতপুৰ সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদকক্ৰমে সঞ্জীৱ হাজৰিকা আৰু মনোজ কুমাৰ শইকীয়াৰ দ্বাৰা স্বাক্ষৰিত এই স্মাৰকপত্ৰখনত কোৱা হৈছে যে ঐতিহাসিক অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক বিতাড়িত কৰাৰ বাবে অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল।কিন্তু ১৯৮৫ৰ পৰা  চৰকাৰে অসম চুক্তি ৰূপায়ন কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাৰ ফলত আছুৱে সময়ে সময়ে অসম চুক্তি ৰূপায়ন কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

স্মাৰকপত্ৰখনত আৰু কোৱা হৈছে যে একেৰাহে তিনিটা কাৰ্যকাল ধৰি শাসনাধিস্থ কংগ্ৰেছ চৰকাৰে অসম চুক্তি ৰূপায়ন কৰাত ব্যৰ্থ হোৱাৰ পাচত অসমৰ বিধানসভা নিৰ্বাচনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস প্ৰদান কৰিছিল যে বিজেপি ক্ষমতালৈ আহিলে সকলো বাংলাদেশীয়ে অসম ত্যাগ কৰিব লাগিব।

আৰু সেয়েহে অসমৰ জনগণে বিজেপিৰ সপক্ষে ৰায়দান কৰি বিজেপিক একক সংখ্যাগৰিষ্ঠ দল হিচাপে ক্ষমতাত অধিষ্ঠিত কৰিছিল।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বলৱৎ কৰিবলৈ বিচাৰি যে বিজেপি চৰকাৰে অবৈধ বাংলাদেশীলৈ ৰঙা দলিছা পাৰি দিবলৈ চেষ্টা কৰি আছে সেয়া সাংবাদিক সন্থাটোৰ দৃষ্টিগোচৰ হৈছে।

এই বিধেয়কখনৰ বিৰোধিতা কৰি জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামী, পংকজ কুমাৰ নাথ, পুলক কুমাৰ ডেকা, মনোজ কুমাৰ শইকীয়া আৰু প্ৰণব কুমাৰ শইকীয়াই কৈছে যে যদিহে এই বিধেয়কখন আইনত পৰিণত হয়, তেন্তে অঞ্চলটোৰ বাসিন্দাসকলে নিজৰ স্বকীয়তা হেৰুৱাই পেলাব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd