• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 1:01 pm
তেজপুৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত  আছে প্ৰতিবাদ- বিক্ষোভৰ জুই। ইয়াৰ মাজতে মঙলবাৰে তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ আহ্বানত প্ৰায় সহস্ৰাধিক লোকে বিতৰ্কিত এই বিভেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে তেজপুৰৰ আদালত চাৰিআলিত সমৱেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘বিজেপি গ’ বেক’, ‘নৰেন্দ্ৰ মোডী হুচিয়াৰ’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰাৰ লগতে বেনাৰ- প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে ৰাজ্য চৰকাৰক এই বিতৰ্কিত বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন দল-সংগঠন, শিল্পী- সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা- অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহি বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সম্প্ৰতি সমাজৰ সৰ্বস্তৰৰ লোক সৰৱ হৈ পৰিছে বিজেপি

চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজ৷ ইয়াৰ মাজতে তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ যথেষ্ট গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

July 13, 2026 3:12 pm
নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ  উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 2:39 pm
মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

July 13, 2026 1:39 pm
দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

July 13, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

July 13, 2026 3:12 pm
নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ  উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd