• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৩০ জুনৰ পাছত মন্তব্য দিব ৰাজ্যিক বিজেপিয়ে: ৰঞ্জিত দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 2:01 pm
ranjeet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ- বিক্ষোভৰ জুই। ইতিমধ্যে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।

ইয়াৰ মাজতে বিধেয়কখন সন্দৰ্ভত মন্তব্য কৰি চৰ্চাৰ মাজলৈ আহিছে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

Apply Now

আজি কাজিৰঙাত এই বিধেয়কখন সন্দৰ্ভত অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়— ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমৰ ৰাইজে বুজি পোৱা নাই ৷ এই সন্দৰ্ভত যুক্তিপূৰ্ণ আলোচনা হোৱা নাই ৷ ৩০ জুনৰ পাছত ৰাজ্যিক বিজেপিয়ে নিজা মন্তব্য প্ৰকাশ কৰিব’।

বিতৰ্কিত বিষয়টো সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্যই ৰাজ্যত পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা। তাৰ পূৰ্বে ৰঞ্জিত দাসৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।  আনহাতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৱা বৃদ্ধিৰ বাবেই হৈছে বুলি মন্তব্য কৰি দাসে।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন দল-সংগঠন, শিল্পী- সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা- অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহি বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সম্প্ৰতি সমাজৰ সৰ্বস্তৰৰ লোক সৰৱ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

July 13, 2026 3:12 pm
নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ  উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 2:39 pm
মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

July 13, 2026 1:39 pm
দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

July 13, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

July 13, 2026 3:12 pm
নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ  উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd