• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ফৰকাটিঙত এ আই এছ এফ আৰু প্ৰগতি  মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

বিতোপন গগৈ by বিতোপন গগৈ
April 9, 2018 4:27 pm
AISF_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল ভাৰত ছাত্ৰ ফেডাৰেইশ্যনৰ ফৰকাটিং আঞ্চলিক সমিতি আৰু প্ৰগতি মহিলা সমিতিয়ে আজি ফৰকাটিং চাৰি আলিৰ পৰা ফৰকাটিং জংচনলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে। ৰাজ্যখনত বৰ্ধিত নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে তেওঁলোকে এই প্ৰতিবাদী কাৰ্য্যসূচী লোৱা বুলি জানিবলৈ দিছে।

তেওঁলোকে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মহিলা সবলীকৰণ কথা কয় যদিও, কেন্দ্ৰীয় চৰকাৰে “বেটী বচাও, বেটী পঢ়াও” শ্ল’গান দিয়ে যদিও সেয়া মাথোঁ কাগজে-কলমে, প্ৰচাৰ মাধ্যমতহে আছে‍; কাৰ্যক্ষেত্ৰত নাই। এই চৰকাৰেই ৰাজ্যৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি দিবলৈ লৈছিল। বিধানসভাৰ হস্তক্ষেপত বিশ্ববিদ্যালয়খন ৰক্ষা পৰিল।

Apply Now

আনহাতে ৰাজ্যখনত দৈনিক নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে ঘটনা পাইকাৰী হাৰত বৃদ্ধি পাইছে। এই দুয়োটা বিষয়তে চৰকাৰে তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

AISF

গ্ৰামীণ মহিলা সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা নিখিল ভাৰত ছাত্ৰ ফেডাৰেইশ্যন আৰু ফৰকাটিং প্ৰগতি মহিলা সমিতিয়ে অতি শীঘ্ৰে অসম মহিলা বিশ্ববিদ্যালয়ত এগৰাকী স্থায়ী উপাচাৰ্য নিযুক্তি দিয়া, বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি শীঘ্ৰে উন্নীত কৰি পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়া, নাৰী নিৰ্যাতন ৰোধ কৰিব বাবে তাৎক্ষণিকভাৱে ল’ব পৰা কাৰ্যকৰী নিৰাপত্তা ব্যৱস্থা প্ৰৱৰ্তন কৰা, নিৰ্যাতনকাৰী তাৎক্ষণিক শাস্তিৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা আদি কৰি কেইবাটাও দাবী তোলে।

প্ৰতিবাদী কাৰ্যসূচীটোত এ আই এছ এফৰ আঞ্চলিক সভাপতি মুজাকিৰ হুছেইন, সম্পাদক বিতোপন হাজৰিকা আৰু উপ সভাপতি ৰাহুল বুঢ়াগোঁহাইৰ নেতৃত্বত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীটোত এ আই এছ এফৰ গোলাঘাট জিলা সভাপতি যদু বৰা, সম্পাদক অভিজিৎ দুৱৰা, উপ সভাপতি অভিলাষ নেওগ, মহিলা সমিতি আৰু মহিলা সংঘৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছিল।

বিতোপন গগৈ

বিতোপন গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd