• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2018 11:12 pm
Ajmal Siladitya
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কলেজত পঢ়াৰ সময়ত শংকৰ-আজানৰ ভূমি হৈ আছিল, আমি সৰু থাকোতে পঢ়িছিলো শংকৰ-মাধৱৰ ভূমি বুলি। ২০২৬ চনত আজমল যেতিয়া অসমৰ মুখ্য মন্ত্ৰী হ’ব তেতিয়া এইখন হ’ব আজমল-আজানৰ ভূমি।” এই বিতৰ্কিত মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ।

ইয়াৰ উপৰি নিজৰ সাম্প্ৰদায়িক চৰিত্ৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ উৎকট সাম্প্ৰদায়িক মন্তব্য দিয়ে বিধায়কজনে।

Apply Now

উল্লেখ্য যে এন আৰ চিক লৈ সন্তুষ্ট নোহোৱা হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়কজনৰ মতে “এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত বহুতো মুছলমান অধ্যুষিত জিলাত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে বদৰুদ্দিন মুখ্য মন্ত্ৰী হোৱা  পৰিস্থিতিৰ সৃষ্টি হ’ব।”

সদায়ে মুছলমান-বিদ্বেষ প্ৰকাশ কৰি অহা বিধায়কগৰাকীয়ে স্বভাৱসুলভভাৱে এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰসংগত কয়, “এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত গম পোৱা গ’ল যিমান মুছলিম প্ৰধান জিলা আছে বিশেষকৈ বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি অঞ্চলত সকলো লোক মনে মনে আছে। গতিকে ইয়াত নিশ্চয় আগতীয়া এটা চক্ৰান্ত আছে।”

ইয়াৰ উপৰি তেওঁ থলুৱা মানুহখিনি পূৰ্বৰে পৰা আছে কাৰণে কাগজ-পাতি ৰখা নাছিল বুলি সদৰী কৰি কয়, “কিন্তু বাংলাদেশী বিলাক বুধিয়ক হোৱা বাবে পাছত আহিও  নথি-পত্ৰ সংগ্ৰহ কৰি ৰাখিছিল গতিকে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ যাব আৰু অসমখন তেওঁলোকৰ দখলত যাব।”

আনহাতে হাজেলাৰ কামকাজৰ বিশ্বাসযোগ্যতাতো সন্দেহ প্ৰকাশ কৰে বিধায়কজনে। তেওঁ কয়, “এন আৰ চিৰ বাবে অসমবাসী প্ৰতীক হাজেলা চাহাবৰ ওপৰত নিৰ্ভৰশীল হৈ গ’ল। তেওঁ যিটো সিদ্ধান্ত দিব, সেইটোকে সকলোৱে মানি ল’ব। হাজেলাই দিয়া ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি যদি উচ্চতম ন্যায়ালয়ে পৰ্য্যবেক্ষণ কৰে, তেন্তে উপায় কি থাকিব।” শিলাদিত্যই এইদৰে কয়।

আনহাতে মমতা বেনাৰ্জীৰ প্ৰসংগত কয়, “মমতা বেনাৰ্জীয়ে হিন্দু ধৰ্মাৱলম্বী তথা থলুৱা লোকসকলৰ স্বাৰ্থত অসমলৈ প্ৰতিনিধি দল পঠিওৱা নাছিল। তেওঁলোক আহিছিল বাংলাদেশী মূলৰ লোকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেহে। কাৰণ প্ৰতিনিধিসকলৰ মাজত এগৰাকী মুছলমান মন্ত্ৰীও আছিল।”

ইয়াৰোপৰি তেওঁ কয় “মমতা বেনাৰ্জীৰ কথাত পশ্চিমবংগৰ মানুহ উঠা-বহা নকৰে। মোৰ কলিকতাৰ বন্ধু কেইজনমানে মোক কৈছে তোমালোকে খুব ভাল কৰিছা এই মমতা বেনাৰ্জীৰ মানুহখিনিক যে আটক কৰি ৰাখিছা, সিহঁতক পিটন দি খেদাব লাগিছিল।”

উল্লেখ্য যে, এটাৰ পাছত অন্য এক বিতৰ্কিত মন্তব্যৰে নিজকে সংবাদ মাধ্যমৰ শিৰোনামত ৰাখিবলৈ তথা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা  শিলাদিত্যৰ মুখত চৰকাৰে কেনেকৈ লেকাম লগাব সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd