• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বছৰটোৰ প্ৰথম দিনটোতে অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 10:39 am
মাজৰাতি এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ মুহূৰ্তত সংবাদমেলত প্ৰতীক হাজেলা আৰু শৈলেশ। ফটো : কল্পজ্যোতি হাজৰিকা।

মাজৰাতি এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ মুহূৰ্তত সংবাদমেলত প্ৰতীক হাজেলা আৰু শৈলেশ। ফটো : কল্পজ্যোতি হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি যোৱা নিশা ১২ বজাৰ ঠিক পিছতে, অৰ্থাৎ নতুন বছৰটোৰ প্ৰথম ঘণ্টাৰ আৰম্ভণিতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনামতে ৰাজ্যখনত বহু চৰ্চিত তথা অসমীয়া মানুহৰ বহু প্ৰত্যাশিত এন আৰ চিৰ প্ৰথমটো খচৰা মুকলি কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ত এক সংবাদমেল আয়োজন কৰি এন আৰ চি কৰ্তৃপক্ষই প্ৰথমটো খচৰা মুকলিৰ আনুষ্ঠানিক ঘোষণা কৰে। সংবাদমেলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে ভাৰতৰ মহা পঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত শৈলেশ উপস্থিত আছিল।

সংবাদ মেলত এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান ১.৯০ কোটি লোকৰ নাম এই খচৰাত অন্তৰ্ভুক্ত হৈছে আৰু পৰৱৰ্তী খচৰাত ১.২৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হ’ব। সংবাদমেলত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কয় যে ৩.২৯ কোটি লোকৰ নাম জড়িত হৈ থকা ৬৮.২৭ লাখ আৱেদনকাৰীৰ দ্বাৰা দাখিল কৰা ৬.৫০ কোটিৰো অধিক নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াটো এটা দীঘলীয়া তথা জটিল প্ৰক্ৰিয়া। প্ৰতিজন আৱেদনকাৰীৰ ক্ষেত্ৰত প্ৰাসংগিক যোগসূত্ৰ স্থাপনকাৰী প্ৰামাণ্য নথিৰ মাধ্যমেৰে পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিব লগীয়া হয়। প্ৰত্যেকখন নথিৰ সত্যাসত্য সেই নথি প্ৰদানকাৰী কৰ্তৃপক্ষৰ লগত থকা অফিচিয়েল তথ্যৰ লগত তুলনা কৰি আৰু ঘৰে ঘৰে গৈ কৰা পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰিব লগীয়া হয়। এই প্ৰক্ৰিয়াটোত প্ৰায় ৪১ হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ আছে।

Apply Now

লগতে ৰাজ্যিক সমন্বয়কজনে স্পষ্টকৈ কয় যে এই গোটেই প্ৰক্ৰিয়াটো বিস্তৃত, ন্যায়সংগত আৰু নিৰপেক্ষভাৱে ৰূপায়ণ কৰা হৈছে। নাম বাদ পৰাসকলে সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত আৱশ্যকবোধে দাবী বা আপত্তি দাখিল কৰাৰ সুযোগ পাব।

উল্লেখযোগ্য যে মাজ ৰাতিও মহা পঞ্জীয়ক আৰু ৰাজ্যিক সমন্বয়কে অসমৰ বিভিন্ন জিলাবোৰৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খচৰা প্ৰকাশৰ কাৰ্য্যসূচীটো সমগ্ৰ অসমত একে সময়তে সম্পন্ন কৰে।

আনহাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এই খচৰা প্ৰকাশক ঐতিহাসিক ঘটনা বুলি আখ্যা দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd