• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বছৰেকীয়া আয় আঠ লাখ টকা বা তাতকৈ বেছি হ’লে অ’ বি চিৰ বাবে থকা সুবিধা নাপাব

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
December 2, 2017 4:24 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে এটা পদক্ষেপত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণৰ সুবিধা লোৱাত বাধাৰ ক্ষেত্ৰত বছৰেকীয়া আয়ৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিছে। এই কথা অলপতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক অফিচ মেম’ৰেণ্ডামত প্ৰকাশ। উল্লেখযোগ্য যে বছৰেকীয়া আয়ৰ সীমাৰ ভিত্তিত অন্যান্য পিছপৰা শ্ৰেণীৰ মাজতে ক্ৰীমি লেয়াৰ (creamy layer) বুলি জ্ঞাত এটা শ্ৰেণী আছে। এই শ্ৰেণীত পৰাসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সুবিধাবোৰ গ্ৰহণ কৰিব নোৱাৰে। এই ঘোষণাটোৰ পূৰ্বে এই শ্ৰেণীৰ ভিতৰুৱা হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰাৰ আয় সীমা আছিল ৬ লাখ টকা। অৰ্থাৎ ৬ লাখ বা তাৰ অধিক টকাৰ বছৰি আয় থকা পৰিয়ালৰ সন্তানে এই সুবিধাবোৰ গ্ৰহণ কৰাত বাধা আছিল। এতিয়া এই সীমা বৃদ্ধি কৰি ৮ লাখ টকা কৰা হ’ল। এই অফিচ মেম’ৰেণ্ডামৰ ভিত্তিত অসমতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এই সীমাৰ ভিতৰত পৰা লোকসকলকহে বাছনি কৰি প্ৰকৃতাৰ্থত অসচ্ছল লোকসকলেহে যাতে সংৰক্ষণ ব্যৱস্থাটোৰ সুফল লাভ কৰে সেইমতে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। আয়সীমা চাইহে সংৰক্ষণৰ সুবিধা ল’ব পৰা প্ৰমাণপত্ৰ দিয়া হয় তালৈ লক্ষ কৰিবলৈ কয়। কোৱা প্ৰয়োজন, অসমত মুঠ ৩১ টা বৰ্গ অন্যান্য পিছপৰা শ্ৰেণীত পৰে আৰু এইসকলৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ সুবিধা আছে। কিন্তু কথাটো হ’ল অন্যান্য পিছপৰা শ্ৰেণী হোৱা মানেই এই সুবিধা সকলোৱে ল’ব নোৱাৰে। প্ৰকৃততে এই শ্ৰেণীটোৰ অৰ্থনৈতিকভাৱে অসচ্ছল সকলৰ বাবেহে এই সংৰক্ষণৰ সুবিধাটো আছে। অৰ্থনৈতিকভাৱে অসচ্ছলতাৰ নিৰ্ণায়ক হ’ল পৰিয়ালৰ আয়সীমা। জনমূৰি আয় বৃদ্ধিৰ সমান্তৰালকৈ এই আয়সীমাৰ মাজে মাজে সংশোধন কৰি অহা হৈছে। ১৯৯৩ চনত এই সীমা আছিল ১ লাখ টকা। ২০০৪ চনত ইয়াক ২.৫ লাখ টকালৈ আৰু ২০০৮ চনত ৪.৫ লাখ টকালৈ আৰু ২০১৩ চনত এই সীমা ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল প্ৰকৃত অসচ্চলসকলতকৈ সচ্চলসকলে বেঁকা পথেৰে বা অন্যায় কৌশলেৰে এই সুবিধাবোৰ হস্তগত কৰি আহিছে। যাৰ ফলত ভুক্তভুগী হৈছে প্ৰকৃত পিছপৰাসকল।

Apply Now
এন ই নাও নিউজ ব্যুৰো:

এন ই নাও নিউজ ব্যুৰো:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd