• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালীত পত্নীয়ে হত্যা কৰিলে স্বামীক : দুমাহৰ পিছত হত্যাকাণ্ডৰ ৰহস্য ফাদিল আৰক্ষীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 14, 2018 2:05 pm
PicsArt_04-13-03.46.24

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালীত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা দুমাহ পিছত ফাদিল হোৱা খৱৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে বজালীৰ নলনাৰ চিআৰপিএফ জোৱান ঘনশ্যাম দাস আৰু হিমাশ্ৰী কাকতি দাসৰ ১২ বছৰীয়া কন্যা সন্তান গৰাকীয়ে বেলনাৰ জেঠীয়েকৰ ঘৰত উপস্থিত হৈ মাকে সদায় মাৰপিট কৰা বুলি জেঠীয়েকক জনাই ঘৰলৈ যাবলৈ অমান্তি হয়।

ইয়াৰ পিছত কিশোৰীগৰাকীৰ জেঠীয়েক পাঠশালা আৰক্ষীৰ ওচৰ চাপে। পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পাৰ্থ প্ৰতীম বিশ্বাসে কিশোৰীগৰাকীৰ পৰা মাকে কিয় অত্যাচাৰ কৰে তাৰ সৱিশেষ জানিব বিচৰাত কিশোৰীগৰাকীয়ে এক লোমহৰ্ষক ঘটনা পাদিল কৰে।

Apply Now

কিশোৰীগৰাকীয়ে আৰক্ষীক জানিব দিয়ে যে তেওঁৰ মাক- দেউতাক আৰু আৰু আন এগৰাকী মহিলাই লগ লাগি এক হত্যাকাণ্ড সংঘটিত কৰে আৰু এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী কিশোৰীগৰাকীয়ে কাকো একো নজনায় তাৰ বাবে সদায় ভীতিগ্ৰস্ত কৰি ৰাখে।

কিশোৰীগৰাকীৰ এই স্বীকাৰোক্তিৰ ভিত্তিত পাটাছাৰকুছি থানাৰ বিষয়া বীৰেণ কলিতাৰ সহযোগত পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম বিশ্বাসে অভিযান চলাই কিশোৰীগৰাকীৰ মাতৃ হিমাশ্ৰী কাকতি দাস আৰু তেওঁলোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা টুটুমনি কলিতা নামৰ মহিলাগৰাকীক আটক কৰি সোধপোছ কৰাত সকলো ৰহস্য ফাদিল হৈ পৰে।

আৰক্ষীৰ জেৰাত দুয়োগৰাকী মহিলাই স্বীকাৰ কৰে যে ঘনশ্যাম দাসৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল দিন হাজিৰা কৰা বিজনী নিৱাসী বিষ্ণু দাস আৰু পত্নী টুটুমনি কলিতা। বিষ্ণুই ঘৰলৈ মদ্যপান কৰি আহি প্ৰায়েই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পত্নীক মাৰপিটো কৰিছিল।

যোৱা ১ ফেব্ৰুৱাৰীতো বিষ্ণুই ভাড়াঘৰলৈ আহি হুলস্থুল লগোৱাত ঘনশ্যাম, হিমাশ্ৰী আৰু টুটুমনিয়ে লোহাৰ ৰডেৰে মূৰত আঘাত কৰাত বিষ্ণুৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছত ঘনশ্যাম আৰু টুটুমনিয়ে মৃতদেহটো এখন বস্তাত ভৰাই এখন স্কুটীৰে লৈ গৈ কালদিয়া নদীত পেলাই দিয়া বুলি জেৰাত মহিলা দুগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰিলেও ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ২২০ নম্বৰ এটা গোচৰ ৰুজু কৰি মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰাই বৰপেটালৈ প্ৰেৰণ কৰে।

আনহাতে, বৰ্তমান ছত্তীশগড়ত কৰ্মৰত চিআৰপিএফ জোৱান ঘনশ্যাম দাসৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ অৰ্থে বিভাগীয় কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd