• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰবাত সমবায় সম্পাদকৰ ভিত্তিহীন অপ-প্ৰচাৰক কেন্দ্ৰ কৰি সুলভ মূল্যৰ দোকানীৰ প্ৰতিক্ৰিয়া

মিণ্টু দাস by মিণ্টু দাস
July 27, 2018 11:55 am
আটা যোগান

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত ১৮ বছৰে কংগ্ৰেছৰ দখলত থকাৰ লগতে এই সময় ছোৱাত চাউল, আটা, কেৰাচিন আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বিষয়ে ইতিপূৰ্বে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতি, অনিয়ম , মাফিয়াৰাজৰ তদন্তৰ বাবে মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই  তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

এই তদন্ত চলি থকাৰ সময়তে যোৱা ২৩ জুলাইত এখন আঞ্চলিক কাকতত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই বটদ্ৰবা সমবায়ৰ সভাপতি অথবা সম্পাদকক দোষী সাব্যস্ত কৰাৰ বিপৰীতে এজেন্ট সকলকহে দোষী সাব্যস্ত কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সুলভ মূল্যৰ দোকানীসকল জাঙুৰ খাই উঠে। আৰু ভিত্তিহীন তথ্যৰ আধাৰত বাতৰি  প্ৰকাশ কৰা সংশ্লিষ্ট পক্ষৰ লগতে সভাপতি-সম্পাদককো তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। তাৰোপৰি সুলভ মূল্যৰ দোকানী সকলে কয় যে, তদন্তকাৰী বিষয়াসকলে নিৰপেক্ষ তদন্তৰ জৰিয়তে পুঠি, খলিহনা, দৰিকনাৰ উপৰি ৰৌ-বৰালী জালত পেলোৱাৰ ব্যৱস্থা লওক।

Apply Now

আনহাতে যোগান বিভাগৰ বিষয়াৰ উপস্থিতিত কালি গড়কাপ্তানী পৰিদৰ্শন বাংলোত এখন সভা অনুষ্ঠিত হয়। বটদ্ৰবা সত্ৰ সমবায়ৰ সভাপতি অনুপম হাজৰিকাৰ সভাপতিত্বত  অনুষ্ঠিত সভাখনত বটদ্ৰবা সমবায়ৰ অধিনস্থ সুলভ মূল্যৰ দোকানীসকল আৰু শতাধিক অংশীদাৰ ৰাইজ উপস্থিত থাকে। সভাত বিগত সময় ছোৱাত সংঘটিত ১১ কোটি ৫০ লাখ টকাৰ বিত্তীয় খেলিমেলি (মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তকাৰী বিষয়াৰ পৰা পোৱা তথ্য) সন্দৰ্ভত বিতংভাৱে আলোচনা হয়।

ইয়াৰ উপৰি সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত সম্পাদক আজিবুৰ ৰহমানে কাৰ্যনিৰ্বাহ কৰি থকা পৰ্যন্ত যোগান বিভাগে বটদ্ৰবা সত্ৰ সমবায়ৰ বাবে আবন্টন দিয়া চাউল, কেৰাচিন, আটা আদি কোনো এগৰাকী সুলভ মূল্যৰ দোকানীয়ে মালসমূহ নুঠাও বুলি ঐক্যমতত উপনীত হয় আৰু বিভাগীয় কৰ্তৃপক্ষলৈ সেই সিদ্ধান্ত কাৰ্যকৰী কৰণৰ বাবে প্ৰেৰণ কৰে।

লগতে সমবায়ৰ সভাপতিগৰাকীয়ে তেওঁ‌ৰ স্বাক্ষৰত কোনো কাকতত স্পষ্টীকৰণ প্ৰেৰণ কৰা নাই আৰু তদাৰকী শাখাৰ তদন্তৰ আওতাত থকাৰ সময় ছোৱাত বিভাগীয়ভাৱে সম্পাদক তথা বিশেষ দুৰ্নীতিৰ লগত জড়িত নহয় বুলি স্পষ্টীকৰণ প্ৰকাশ কৰাটো আইন বিৰুদ্ধ কথা বুলিও সভাপতি অনুপম হাজৰিকাই কয়।

এনে প্ৰেক্ষাপটতে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে বটদ্ৰবাৰ দৰে গুৰুত্বপূৰ্ণ পীঠস্থানত প্ৰতিষ্ঠা কৰা সত্ৰ সমবায়খনিত লুন্ঠন ৰাজ চলোৱা ছোৰহাব উদ্দিন, ছামচুল আলম (আবল), মোক্তাৰ হুছেইন আৰু আজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে প্ৰয়াত সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনৰ বাস্তৱতাক ৰাইজৰ কাষচপাই  নিয়াৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনাইছে ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd