• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশীয়ে টালি-টোপোলা বন্ধাৰ বাবে মোদীয়ে ধাৰ্য্য কৰা ১৬ মে’ৰ দিনটোতে কংগ্ৰেছৰ গণপ্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2018 1:55 pm
Congress
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ চাৰিওফালে প্ৰতিবাদ আন্দোলন অব্যাহত থকাৰ সমান্তৰালকৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গণ প্ৰতিবাদৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে কংগ্ৰেছৰ পতাকা লৈ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

Apply Now

এই প্ৰতিবাদী সমদলত প্ৰাক্তন মন্ত্ৰী অকন বৰা, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, মহিলা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিৰন্ময়ী ফুকন, জুৰি শৰ্মা বৰদলৈ আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ জেষ্ঠ্য নেতা-নেত্ৰীবৰ্গই অংশগ্ৰহণ কৰে। লগতে যুব কংগ্ৰেছৰ মহানগৰ জিলা সমিতিয়েও এই সমদলত অংশগ্ৰহণ কৰে।

কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই কয়, “১৬ মে’ৰ পিছত মোদীয়ে এজনো বাংলাদেশী অসমত নাথাকিব বুলি কৈছিল। কিন্তু আজি ১৬ মে’ৰ দিনাখনেই আমি বাংলাদেশী ভাৰতলৈ অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা।”

“যিজন জাতীয় নায়কে অসম চুক্তিৰ জন্ম দিছিল তেৱেঁই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে ষড়যন্ত্ৰত নামি পৰিছে।” এইদৰে কয়, মহিলা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিৰন্ময়ী ফুকনে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী অকন বৰাই বিধেয়কখন বাতিলৰ দাবী কৰাৰ লগতে অসম চুক্তিৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অতিৰিক্ত জিলা উপায়ুক্তক সাক্ষাৎ কৰি বিধেয়কখন বাতিল কৰাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় কমিটিৰ অধক্ষ্য ৰাজেন্দ্ৰ আগৰৱাললৈ এই স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰতিবাদত ভাগ লোৱা কংগ্ৰেছৰ নেতাসকলে সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখযোগ্য যে যোৱা ১৩ মে’ৰ দিনাও কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা কমিটিৰ উদ্যোগত গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd