• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাইহাটাত অবিভক্ত কামৰূপ জিলা ‘অগপ’ৰ মাণ্ডলিক সভাত মিত্ৰতাক লৈ অসন্তুষ্টি প্ৰকাশ নেতা-কৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 2:47 pm
agp meeting
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে বাইহাটা চাৰিআলিত অবিভক্ত কামৰূপ জিলা ভিত্তিত অসম গণ পৰিষদ দলৰ এখন মাণ্ডলিক সভা অনুষ্ঠিত হৈ যায়। ৰঙিয়া জিলা অগপৰ উদ্যোগত বাইহাটা চাৰিআলিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে অগপ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই।

কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আঁত ধৰা সভাখনত অগপৰ সাংগঠনিক ভেটি, পঞ্চায়ত নিৰ্বাচন আদি বিষয়ৰ ওপৰত বিস্তৃত ৰূপত আলোচনা কৰা হয়। এই সভাতে উপস্থিত থকা অগপৰ নেতা-কৰ্মীসকলে অসমৰ বাস্তৱতাক লৈয়ে অগপ দলক আগুৱাই লৈ যাব বুলি উল্লেখ কৰে।

Apply Now

ইয়াৰ উপৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মিত্ৰতাক লৈ শংকিত হৈ থকা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক স্পষ্ট কৰি সভাত উপস্থিত থকা বক্তাসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলিব বুলিও পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে। তাৰোপৰি জিলা পৰ্যায়ৰ প্ৰতিনিধিসকলে কেন্দ্ৰীয় নেতৃত্বক উদ্দেশ্যি কয় যে যদি তৃণমূল কৰ্মীসকলৰ মতামতক প্ৰাধান্য দি দলে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াই তেন্তে যথেষ্ট ভাল ফল আশা কৰিব পাৰি।

বিজেপিয়ে জাতি-মাটি-ভেটি ধ্বংস কৰিছে বুলি ভাষণত জ্যেষ্ঠ নেতাসকলে মত ব্যক্ত কৰাৰ লগতে ৰাষ্ট্ৰীয় দলবিলাকে সদায় আঞ্চলিক দলসমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত থাকে বুলি অভিযোগ আনে।

আনহাতে সভাত আঞ্চলিকতাবাদ জীয়াই ৰখাৰ হকে দলৰ প্ৰতিজন কৰ্মীয়ে যুঁজিব লাগিব বুলি উল্লেখ কৰে। তদুপৰি পঞ্চায়ত নিৰ্বাচনত সংশ্লিষ্ট পঞ্চায়তখনৰ এলেকাধীন সমস্যাসমূহক গুৰুত্ব দিব লাগে বুলিও তেওঁলোকে ভাষণত উল্লেখ কৰে।

কালিৰ এই সভাত দলৰ মুখ্য সম্পাদক মনোজ শইকীয়া, সাধাৰণ সম্পাদক নুৰুল হুছেইন, অগপ নেতা জ্যোতিপ্ৰসাদ দাস, বিধায়ক গুণীন্দ্ৰ দাস, অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকা, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা দীপালী বৈশ্য, অসম কৃষক পৰিষদৰ সভাপতি দীপক সৰকাৰ, ডাঃ মনোৰঞ্জন দাস আৰু প্ৰাক্তন বিধায়ক অনন্ত ডেকাকে ধৰি গুৱাহাটী মহানগৰ, ৰঙিয়া, তামুলপুৰ, নলবাৰী, বজালী, বৰপেটা জিলা সমিতিসমূহৰ বিষয়ববীয়া, নেতা-কৰ্মী, সদস্যসকলে অংশগ্ৰহণ কৰা সভাখনত বক্তাসকলে আঞ্চলিকতাবাদী আদৰ্শ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd